![]()
নিউজ ডেস্কঃ
ৰঙিয়াত যোৱা নিশা হোৱা একাউণ্টাৰত গুৰুত্বৰভাৱে আহত হয় দুধৰ্ষ ডকাইত চৰিফুল হক ওৰফে টিকলা। কেইবাটাও ডকাইতি-অপহৰণৰ গোচৰ গোচৰ থকা টিকলাক বৃহস্পতিবাৰে আন এজন সহযোগীৰ লগত আটক কৰা হৈছিল।

তদন্তৰ বাবে খৈৰাবাৰীলৈ লৈ যোৱা টিকলাই আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰাত সোঁভৰি গুলি লাগে টিকলাৰ। টিকলা বৰ্তমান জিএমচিএইছত চিকিৎসাৰত।
বিগত ১৪ ফ্ৰেব্ৰুৱাৰীত এগৰাকী মহিলাৰ পৰা AS-01ET-7114 নম্বৰৰ পালছাৰ বাইকত আহি বেগ কাঢ়ি নিছিল আৰু এই দৃশ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত।













