![]()
নিউজ ডেস্কঃ
শনিবাৰে ৰাজ্যিক মৰ্যাদাৰে গুৱাহাটী নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন হয় দীপক কুমাৰ বৰঠাকুৰৰ।
অসমৰ আৰ্থ সামাজিক আৰু উদ্যোগীক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা প্ৰয়াত বৰঠাকুৰ শেষকৃতস্থলীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহাল, মুখ্য সচিব, অসম আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে ৰাজ্য প্ৰশাসনৰ শীর্ষ বিষয়াসকল।













