![]()
নিউজ ডেস্কঃ
গুৱাহাটীক ক্ৰীড়া ৰাজধানী নিৰ্মাণৰ সপোন দেখা ৰাজ্য চৰকাৰৰ বাবে এক লজ্জিত খবৰ।ফুটবল খেলিব বাবে খেলপথাৰৰ অভাৱ গুৱাহাটী মহানগৰীত।ফুটবল খেল পথাৰ বিচাৰি গুৱাহাটীৰ মহানগৰীত খেলুৱৈ প্ৰতিবাদ।
দেওবাৰে পুৱাই মহানগৰী গুৱাহাটী ক্লাৱৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ ফুটবল খেলপথাৰৰ দাবীত খেলুৱৈসকলে সাব্যস্ত কৰে প্ৰতিবাদ।উল্লেখ্য নেহেৰু ষ্টেডিয়াম ফুটবল খেলৰ বাবে সংৰক্ষণ দাবীত উত্তাল সাব্যস্ত প্ৰতিবাদী খেলুৱৈসকলৰ।
গুৰুত্বপূৰ্ণ কথা যে মহানগৰী প্ৰায়সমূহ খেলপথাৰত ফুটবল নিষিদ্ধ।দেওবাৰৰ প্ৰতিবাদত শিশু পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ফুটবলাৰ সকলে অংশগ্ৰহণ কৰে।গুৱাহাটী বি বৰুৱা পথতে ফুটবল খেলি প্ৰতিবাদ সাব্যস্ত খেলুৱৈ।













