![]()
নিউজ ডেস্কঃ
প্ৰবীণ গান্ধীবাদী শকুন্তলা চৌধাৰী দেহাৱসান।গুৱাহাটী শৰণীয়াস্থিত কস্তুৰবা গান্ধী আশ্ৰমত শেষনিশ্বাস ত্যাগ গান্ধীবাদী নেত্ৰী গৰাকী।
উল্লেখ্য পদ্মশ্ৰী সন্মানেৰে সন্মানীত চৌধুৰীয়ে দেওবাৰে নিশা ১০:৩০ বজাত বাৰ্ধক্যজনীত কাৰনত শেষ নিশ্বাস ত্যাগ কৰে।সমাজ সেৱাৰ নামত উৰেটো জীৱন উচৰ্গা কৰা প্ৰয়াত চৌধুৰী নশ্বৰ দেহত আজি পুৱা ৰাজ্য চৰকাৰৰ হৈ শেষ শ্ৰদ্ধা জনায় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।নেত্ৰী গৰাকীৰ মৃত্যু সময়ত বয়স আছিল ১০২ বছৰ।













