![]()
নিউজ ডেস্কঃ
ছয়গাঁও আৰক্ষীয়ে দক্ষিণ কামৰূপৰ গৰৈমাৰী লাৰুৱাজানত অভিযান চলায় আটক কৰে ড্ৰাগছ মাফিয়া আজিজুল আলীক। ছয়গাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভগবান ডেকাৰ নেতৃত্বত চলা এই অভিযানত ড্ৰাগছ মাফিয়া আজিজুলৰ পৰা ১৪ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হয়।
কৰিতালৰ নিবাসী আজিজুল আলীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আছিল।













