ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বঙাইগাওঁ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত স্বাস্থ্যমেলা সম্পন্ন

News Desk by News Desk
February 22, 2022
Reading Time: 1 min read
A A
0
বঙাইগাওঁ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত স্বাস্থ্যমেলা সম্পন্ন

New Logo Very Smal | ASSAM TIMES POST
বিশেষ প্ৰতিবেদনঃ

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

বঙাইগাওঁ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মঙলবাৰে জিলাখনৰ বইটামাৰী খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰ অন্তৰ্গত বিষ্ণুপুৰ দিনবন্ধু উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এখন স্বাস্থ্যমেলা। জনতাৰ সুবিধাৰ্থে বিভিন্ন ৰোগ চিনাক্তকৰণ, চৰকাৰী আঁচনিসমূহৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে জনতাক সজাগ কৰাৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসা কিদৰে উপযুক্ত চিকিৎসকৰ জৰিয়তে গ্ৰহণ কৰিব পাৰি তাক অৱগত কৰোৱাই হৈছে এই স্বাস্থমেলা প্ৰধান উদ্দেশ্য।

স্বাস্থ্যমেলাত চকু, মেডিচিন, প্ৰসূতি, দন্ত, এনচিডি, পৰিয়াল পৰিকল্পনা, আৰ বি এছ কে (ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম)ৰ অভিজ্ঞ চিকিৎসকৰ লগতে মোবাইল মেডিকেল ইউনিত (এম এম ইউ) আৰু সঞ্জীৱনী কৰ্মকর্তাসকল উপস্থিত থাকে। প্ৰায় তিনিশতাধিক লোকে অংশগ্ৰহণ কৰা স্বাস্থ্যমেলাৰ সজাগতা সভাত অংশগ্ৰহণ কৰি জ্যেষ্ঠ চিকিৎসক ডাঃ পৰেশ ৰয়, চিকিৎসক ডাঃ বাদল চৰকাৰ, চিকিৎসক ডাঃ মুস্তাফিজুৰ ৰহমানে বিভিন্ন ৰোগ সন্দৰ্ভত ল’ব লগা আগতীয়া সজাগতা বিষয়ে বিস্তাৰিত ভাৱে দাঙি ধৰে।

পুৱা ১০.৩০বজাৰ পৰা আৰম্ভ হোৱা এই স্বাস্থ্যমেলাৰ শুভাৰম্ভণি কৰে জিলা অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শ্যামল ক্ষেত্ৰ গগৈ, মহকুমাৰ বিষয়া (সদৰ) পাৰ্থ জহাৰিয়ে। স্বাস্থ্যমেলাখন শুভাৰম্ভণি কৰি এনেধৰণ অনুষ্ঠানে চৰকাৰৰ বিভিন্ন আঁচনি সাধাৰণ জনতাক জ্ঞাত কৰোৱা লগতে দুৱাৰদলিত পোৱা সুবিধাসমূহত জনতা যথেষ্ট উপকৃত হয় বুলি সদৰী কৰে অতিৰিক্ত উপায়ুক্ত গগৈয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰগেম মেনেজমেণ্ট ইউনিত প্ৰমুখ্যে জিলা বহুকেইগৰাকী শীৰ্ষ বিষয়া।

Tags: Featured
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
50
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026
50
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ
National-International

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx