![]()
নিউজ ডেস্কঃ
বেজেৰা শালমাৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ বেগত অহাৰ বাবে AS-06-8300 নম্বৰৰ ওৱেগনাৰ গাড়ীখনে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উফৰি দ’ খাৱৈত সোমাই পৰে।
বাইহাটা চাৰিআলি-মংগলদৈ দিশে যোৱা দুৰ্ঘটনাগ্ৰস্ত বাহনত থকা এজন আৰোহী দেৱকান্ত ভূঞা প্ৰাঞ্জল দাস গুৰুত্বৰভাৱে আহত হৈ মৃত্যু হয়। লগতে, আন এজন আৰোহী ওৱাহেদ হাজৰিকা চিকিৎসাধীন হৈ আছে।













