ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সাংসদ তপন কুমাৰ গগৈৰ দ্বাৰা গান্ধী জয়ন্তী উপলক্ষে শিৱসাগৰত প্লগিং কাৰ্যসূচীৰ শুভাৰম্ভ

ASSAM TIMES POST by ASSAM TIMES POST
October 2, 2019
Reading Time: 1 min read
A A
0
সাংসদ তপন কুমাৰ গগৈৰ দ্বাৰা গান্ধী জয়ন্তী উপলক্ষে শিৱসাগৰত প্লগিং কাৰ্যসূচীৰ শুভাৰম্ভ

logo atp | ASSAM TIMES POSTASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ মহাত্মা গান্ধীৰ ১৫০তম জন্ম জয়ন্তী উপলক্ষে আজি পুৱা ৭.০০ বজাত উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ পৰা এক জিলা পৰ্য্যায়ৰ ফিট ইণ্ডিয়া ২ কিঃমিঃ প্লগিং কাৰ্যসূচীৰ শুভাৰম্ভ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

RELATED POSTS

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

a5ecadf5 3cdf 4047 be63 3c001d5660f7 | ASSAM TIMES POST

প্লগিং কাৰ্যসূচীৰ শুভাৰম্ভ কৰি সাংসদ গৰাকীয়ে ১৫০ তম জন্ম জয়ন্তী উপলক্ষে জাতীয় পিতা মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ সকলোকে গান্ধীজীৰ মত-আদর্শ সৰোগত কৰি স্বচ্ছতাক দৈনন্দিন জীৱনৰ অংশৰূপে আঁকোৱালি লবলৈ আহ্বান জনায়।

নিজ বক্তব্যত তেওঁ সুস্থ আৰু নিৰোগী জীৱন ধৰণৰ বাবে সকলো সচেষ্ট হ’বলৈ আৰু স্বাস্থ্যৰ যত্ন লবলৈ উৎসাহিত কৰে। প্লাষ্টিকৰ কু-প্ৰভাৱ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈও তেওঁ সকলো অংশগ্ৰহণকাৰীক আগবাঢ়ি আহিবলৈ কয়।

a2c5aaae 6fa6 4a8d b00d be04c849d762 | ASSAM TIMES POST

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই প্লগিঙৰ উপকাৰীতা আৰু স্বাস্থ্য আৰু স্বচ্ছতাৰ দিশত ইয়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। তেওঁ সকলোকে প্লগিঙক দৈনিক অভ্যাসৰূপে গঢ় দিয়াৰ পোষকতা কৰে।

আজিৰ প্লগিং কাৰ্যসূচীত আৰক্ষী অধীক্ষক অমিতাভ সিনহাও যোগদান কৰে। লগতে, জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, আৰক্ষীৰ বিষয়া-জোৱান, সামাজিক সংগঠন, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু সাধাৰণ ৰাইজে এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

3604de8c ebf4 40a2 9d68 49471ca9fb66 | ASSAM TIMES POST

প্লগিং কৰোঁতে অংশগ্ৰহণকাৰী সকলে দৌৰাৰ লগে লগে সমান্তৰালকৈ প্লাষ্টিক আৰু অন্যান্য জাৱৰ সমূহ বুটলি স্বচ্ছতা বাৰ্তা প্ৰেৰণ কৰে।

তদুপৰি প্লগিঙৰ শেষত পুৰণি জিলা পৰিষদ কাৰ্য্যালয় প্ৰাংগণত আয়োজিত গান্ধী জয়ন্তীৰ কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰে।

51a090c2 5339 4f81 a5b1 71a8ad5571c6 | ASSAM TIMES POST

সাংসদ গৰাকীৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য সকলে পুৰণি জিলা পৰিষদ কাৰ্য্যালয় প্ৰাংগণত স্থাপিত গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পঞ্জলি অৰ্পণ কৰে।

উল্লেখ্য যে, জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্য্যালয়ত গান্ধী জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

Tags: Featured
Share4Tweet3Send

Related Posts

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ৰে’লৱেৰ ১০০০ হেক্টৰোধিক ভূমি বেদখল

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

July 14, 2026
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

July 14, 2026
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx