ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাজুলীত কোন হ’ব সোণোৱালৰ উত্তৰসুৰী! সোমবাৰে ৩ প্ৰাৰ্থী ভাগ্য বন্দী হব ইভিএমত

Staff Reporter by Staff Reporter
March 6, 2022
Reading Time: 1 min read
A A
0
মাজুলীত কোন হ’ব সোণোৱালৰ উত্তৰসুৰী! সোমবাৰে ৩ প্ৰাৰ্থী ভাগ্য বন্দী হব ইভিএমত

logo new 2 1 1 4 1 3 4 | ASSAM TIMES POST

RELATED POSTS

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

নিউজ ডেস্কঃ

বহু প্ৰত্যাশিত মাজুলী উপ-নিৰ্বাচনৰ ভোটগ্ৰহণলৈ আৰু কেইটামান ঘণ্টা।ইতিমধ্যে নিৰ্বাচনী পুলিং বিষয়াসকল নিজ-নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে।

উল্লেখ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰীৰূপে মাজুলী জনতাই কাক আঁকোৱালি লব সেইয়া সোমবাৰে বন্দী হব ইভিএমত।কটকটীয়া নিৰাপত্তা-শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে ভোটগ্ৰহণ অনুষ্ঠিত কৰা বাবে মাজুলীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।নিয়োগ কৰা হৈছে আৰক্ষীৰ লগতে অতিৰিক্ত অৰ্ধসামৰিক বাহিনী।

স্বচ্ছ, নিকা আৰু সুৰক্ষিত উপ-নিৰ্বাচনৰ বাবে মাজুলী স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত তীক্ষ্ণ নজৰ ৰখা হৈছে।উল্লেখ্য যে সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰীৰ হিচাপে ৩ গৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।নিৰ্বাচন আয়োগে অৱগত কৰা মৰ্মে সমষ্টিটোত সৰ্বমুঠ ভোটাৰ ১লাখ ৩৩হাজাৰ ২৭৭গৰাকী।২০৩টা কেন্দ্ৰত অনুষ্ঠিত হব ভোটগ্ৰহণ।

ইয়াৰে ১৬৪টা মূল ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৩৯টা সহযোগী ভোটকেন্দ্ৰ।গুৰুত্বপূৰ্ণ কথা সমষ্টিটোত ৮১২ গৰাকী বিষয়া ভোটগ্ৰহনত নিয়োগ কৰিছে।একেদৰে ২০৩টা বেলত ইউনিত, ২০৩টা কন্ট্ৰল ইউনিত আৰু ২০৩টা ভিভিপিএটি মেচিন সাজু কৰিছে।লগতে প্ৰয়োজনত অতিৰিক্ত ইভিএম মজুত থকা বুলি নিৰ্বাচন আয়োগে জানিব দিছে।

ইফালে সমষ্টিটোত ৪০০ গৰাকী চাৰ্ভিছ ভোটাৰ লগতে ১৩৪০গৰাকী ৮০ ঊৰ্ধ ভোটাৰ আৰু ৪০০গৰাকী বিশেষ ভাৱে সক্ষম ভোটাৰ সমষ্টিটোত আছে।পুৱা ৮বজা পৰা আৰম্ভ হব ভোটগ্ৰহণ।

Share4Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026
50
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭
National-International

Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

August 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx