ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিশেষ টেট উৰ্ত্তীণ সংবাদমেল; সুকীয়া নিযুক্তিৰে সংস্থাপন দিয়ক ৬৬৭গৰাকী বিশেষ টেট উৰ্ত্তীণক

Staff Reporter by Staff Reporter
March 10, 2022
Reading Time: 1 min read
A A
0
বিশেষ টেট উৰ্ত্তীণ সংবাদমেল; সুকীয়া নিযুক্তিৰে সংস্থাপন দিয়ক ৬৬৭গৰাকী বিশেষ টেট উৰ্ত্তীণক

logo new 2 1 1 4 1 3 4 2 | ASSAM TIMES POST

RELATED POSTS

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

নিউজ ডেস্কঃ

গুৱাহাটী প্ৰেছ ক্লাবত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ৰাজ্য বিশেষ টেট উৰ্ত্তীণ প্ৰাৰ্থী সংবাদমেল।বিশেষ টেট উৰ্ত্তীণ প্ৰাৰ্থীসকলক শিক্ষা বিভাগ তথা চৰকাৰে পৃথক নিযুক্তি ব্যৱস্থা কৰিব লাগে।

সাধাৰণ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তিৰ বিৰোধিতা বিশেষ টেট উৰ্ত্তীণসকলৰ।উল্লেখ্য যে ২০০৩চনৰ পৰা সৰ্বশিক্ষা অধীনৰ বিভিন্ন আঁচনিত জড়িত হৈ সেৱা আগবঢ়াই আহিছিল এইসকল শিক্ষকে ।৬-১৪ বছৰৰ শিশু শ্ৰমিক, পদপথৰ শিশু, বিদ্যালয়লৈ নোযোৱা শিশু, বিদ্যালয় ত্যাগ কৰা আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নথকা চৰকাৰী বিদ্যালয়ত পাঠদান কৰি অহা এই শিক্ষকসকল সাধাৰণ নিযুক্তি প্ৰক্রিয়াত সংস্থাপন লাভ কৰাটো সম্ভৱ নহয়।কিয়নো বয়স আৰু শিক্ষাগত নম্বৰ বৰ্তমানৰ টেট উৰ্ত্তীনৰে পাৰ্থক্য আছে।

সংবাদমেলত সন্থাৰ সভাপতি ধনজিৎ পাঠকে জানিব দিয়া মতে-বিগত বৰ্ষ ৩অক্টোবৰত সৰ্বশিক্ষা ইউনিক আই ডি প্ৰাপ্ত ১৪,৫৭৪ গৰাকীৰ প্ৰাৰ্থীৰে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হৈছিল।পৰীক্ষা অনুষ্ঠিত এমাহৰ পাছতেই ফলাফল ঘোষণা হৈছিল।ফলাফলত ৬৬৭ গৰাকী প্ৰাৰ্থী উৰ্ত্তীণ হৈছিল।কিন্তু আশ্চৰ্যজনক কথা ফলাফলৰ পাঁচমাহ উকলি যোৱাৰ পাছতো আজি পয্যন্ত নাপালোঁ সংস্থাপন।

আনহাতে সংস্থাপনৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক চাৰিবাৰকৈ সাক্ষাৎ কৰিছে প্ৰাৰ্থীসকলে।কিন্তু শিক্ষামন্ত্ৰী গৰাকীয়ে বিশেষ নিযুক্তি ব্যৱস্থাৰ পৰিৱৰ্তে সাধাৰণ নিযুক্তি বিজ্ঞাপনতেই আৱেদন কৰিবলৈ কয়।

ইফালে সাধাৰণ নিযুক্তি বাবে তেওঁলোকৰ সমস্যা কথা কলে শিক্ষামন্ত্ৰী পেগুৱে-শিক্ষাদান ত্যাগ কৰি অন্য কাম কৰা পৰামৰ্শ দিয়ে বুলি সংবাদমেলত সভাপতি পাঠকে কয়।তেওঁ জানিব দিয়া অনুসৰি শিক্ষকৰ বাবে এন চি আৰ টিয়ে নিৰ্ধাৰণ কৰি দিয়া সকলো যোগ্যতা অর্জন কৰা আছে আমাৰ।বিগত ১৯বছৰে সৰ্বশিক্ষা অধীনত ১০০০-৩৫০০টকা মজুৰীৰে কাম কৰিলোঁ কিন্তু এতিয়া আমাক প্ৰতাৰণা কৰিছে।বৰ্তমান অন্য চাকৰি কৰাৰো বয়স নাই।৫২ বছৰীয়া কৰ্মীয়ো বিশেষ টেটত উৰ্ত্তীণ হৈছে।সাধাৰণ টেটত কিদৰে তেওঁ আৱেদন কৰিব- চৰকাৰক প্রশ্ন কৰি তেওঁ লগতে তেওঁ কয়।

বর্তমান ৰাজ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতে আমাক বিশেষ টেট পৰীক্ষাত অৱৰ্তীন হবলৈ কৈছিল।বিশেষ টেট উৰ্ত্তীণ পাছতেই নিযুক্তিৰ মৌখিক আশ্বাস দিছিল কিন্তু পৰিতাপৰ কথা মুখ্যমন্ত্ৰী এতিয়া সাক্ষাৎ নাপাওঁ।সাক্ষাৎ বিচাৰি বহুবাৰ আৱেদন কৰি আহিছো কিন্তু এবাৰো সঁহাৰি নাই”- সংবাদমেলত কয় সভাপতি পাঠকে।

আনহাতে আগন্তক এসপ্তাহৰ ভিতৰত সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰি প্ৰাৰ্থীসকলে কয়- এসপ্তাহৰ ভিতৰত ফলাফল নাপাওঁ তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব।ইয়াৰ বাবে দায়ী চৰকাৰ আৰু শিক্ষা বিভাগ হব।

Share4Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026
50
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭
National-International

Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

August 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx