ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক উইকেটৰ ৰেকর্ড ঝুলন গোস্বামীৰ

News Desk by News Desk
March 16, 2022
Reading Time: 1 min read
A A
0
মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক উইকেটৰ ৰেকর্ড ঝুলন গোস্বামীৰ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

নিউজ ডেস্কঃ

চলিত মহিলা এদিনীয়া বিশ্বকাপত এক অনন্য ৰেকৰ্ড গঢ়ে ভাৰতীয় দলৰ পেছাৰ ঝুলন গোস্বামীয়ে। এদিনীয়া ক্রিকেটত ২৫০টা উইকেট দখল কৰিলে ঝুলন গোস্বামীয়ে। মহিলা ক্রিকেটৰ এদিনীয়া ক্ৰিকেটত ২ শতাধিক উইকেট লোৱা তেৱেঁই হৈছে একমাত্র বলাৰ।

বুধবাৰৰ মেচত মুঠ ৭ অ’ভাৰত ২১ ৰান দি ১টা উইকেট দখল কৰে তেওঁ। তাৰ লগে লগে এদিনীয়া ক্রিকেটত ২৫০ উইকেটৰ গৰাকী হয় ঝুলন। ১৯৯ মেচত এই কীর্তিত্ব গঢ়ে ৩৯ বছৰীয়া পেছাৰগৰাকীয়ে।

আনহাতে, এই তালিকাৰ দ্বিতীয় স্থানত আছে ১৮০টা উইকেটেৰে অষ্ট্ৰেলিয়াৰ কেথৰিন ফিৎজপ্যাট্রিক। তৃতীয় স্থানৰ ৱেষ্ট ইণ্ডিজৰ আনিছা মহম্মদৰো ১৮০টা উইকেট যদিও তেওঁ বেছি সংখ্যক মেচ খেলি সিমান পৰিমাণৰ উইকেট লোৱা বাবে তিনি নম্বৰ স্থানত আছে।

Tags: Featured
Share4Tweet3Send

Related Posts

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

by News Desk
June 3, 2026
50
ADVERTISEMENT
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
50
Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য
National-International

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

June 22, 2026
50
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

June 22, 2026
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx