ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘দ্য কাশ্মীৰ ফাইলছ’ চাই উঠি কি ক’লে অভিনেত্ৰী কংগনাই?

News Desk by News Desk
March 17, 2022
Reading Time: 1 min read
A A
0
‘দ্য কাশ্মীৰ ফাইলছ’ চাই উঠি কি ক’লে অভিনেত্ৰী কংগনাই?

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

সাম্প্রতিক সময়ৰ অন্যতম চর্চিত ছবিখন হৈছে পৰিচালক বিবেক অগ্নিহোত্রীৰ ‘দ্য কাশ্মীৰ ফাইলছ’। ১৯৯০ চনত কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ দুর্দশাৰ কাহিনী প্ৰকাশ কৰা হৈছে ছবিখনত। ছবিখন চাই ভূয়সী প্রশংসা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি বিজেপি নেতাসকলে। ছবিখনৰ প্রচাৰৰ বাবে পূৰ্বতেই নামিছিল অভিনেত্রী কংগনা ৰানাৱাট। ছবিখন চোৱাৰ পিছতেই ‘বছৰৰ অন্যতম সফল ছবি’ বুলিও দাবী কৰে তেওঁ। এইবাৰ অভিনেতাসকলৰ প্ৰদৰ্শনক লৈ মতামত ব্যক্ত কৰিলে কংগনাই। ছবিখনত অনুপম খেৰৰ অভিনয় চাই ‘জকাৰ’ৰ সৈতে তুলনা কৰিলে অভিনেত্রীগৰাকীয়ে। 

ইনষ্টাগ্রামৰ ষ্টৰিত ‘দ্য কাশ্মীৰ ফাইলছ’ সন্দৰ্ভত আৰু এটি বিশেষ পোষ্ট কৰিছে কঙ্গনাই। তাত অনুপম খেৰৰ সৈতে হলিউড অভিনেতা হিথ লেচাৰৰ তুলনা কৰিছে তেওঁ। হিথৰ কালজয়ী চৰিত্র ‘জকাৰ’ৰ ছবি আৰু ‘কাশ্মীৰ ফাইলছ’ত অনুপমৰ ছবিৰ ক’লাজ শ্বেয়াৰ কৰি অভিনেত্রীগৰাকীয়ে লিখিছে, ‘চহৰত নতুন ব্লকবাষ্টাৰ হিৰো। তেওঁ আকৌ অভিনয়ও কৰিব পাৰে।’ উল্লেখ্য, ‘কাশ্মীৰ ফাইলছ’ মুক্তি পোৱাৰ পিছত কৰণ জোহৰ, সঞ্জয় লীলা বনছালিৰ দৰে পৰিচালকসকলক তীব্র কটাক্ষ কৰিছিল তেওঁ।

Tags: Featured
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী
National-International

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

June 22, 2026
50
Minor gang rape : বিয়া খাবলৈ গৈ গণধর্ষণৰ চিকাৰ ১৩ বছৰীয়া ছাত্রী, গ্ৰেপ্তাৰ ৫
National-International

Minor rape case I মাতৃৰ কাষৰ পৰা ৯ মহীয়া কেঁচুৱাক তুলি নি ধৰ্ষণ ১২ বছৰীয়া নাবালকৰ

June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

June 22, 2026
Minor gang rape : বিয়া খাবলৈ গৈ গণধর্ষণৰ চিকাৰ ১৩ বছৰীয়া ছাত্রী, গ্ৰেপ্তাৰ ৫

Minor rape case I মাতৃৰ কাষৰ পৰা ৯ মহীয়া কেঁচুৱাক তুলি নি ধৰ্ষণ ১২ বছৰীয়া নাবালকৰ

June 22, 2026
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx