ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলঙত বিজেপিৰ অশ্বমেধ ঘোঁৰা বান্ধিব কংগ্ৰেছে : কংগ্ৰেছ সভাপতি ভূপেন বৰা

News Desk by News Desk
March 22, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

ছাইদুল ইছলাম

ডিফু : কাৰবি আংলঙত বিজেপিৰ অশ্বমেধৰ ঘোঁৰাক বান্ধিব জিলা কংগ্ৰেছে ৷ এই তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ৷ আজি ডিফুত জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰাৰ পিছত আয়োজন কৰা এক সংবাদমেলত ভূপেন বৰাই কয়যে, বিজেপিৰ শাসনকালত পাৰ্বত্য জিলা খনত শিল, বালি, আদি খনিজ সম্পদৰ লগতে বনজ সম্পদতো যি দৰে অবাধ লুণ্ঠন চলিছে ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে অনাগত দিনত বৃহৎ গণ আন্দোলন গঢ়ি তুলিব বুলি কয় ৷ লগতে দীৰ্ঘ দিনৰ পৰাই কেৱল লুণ্ঠনৰ স্বাৰ্থতে ৰাষ্ট্ৰীয়ঘাই পথ নিৰ্মানৰ কাম ব্যাহত হৈ আছে বুলি অভিযোগ কৰে ৷

তিনি পাৰ্বত্য জিলাত কংগ্ৰেছৰ সাংগঠনিক কাম-কাজ চলাই নিবৰ বাবে তিনিখন পাৰ্বত্য জিলা সকলৰ সভাপতিক লগতলৈ খৰছিং ইংতিক অধ্যক্ষ আৰু নিৰ্মল লাংথাছাক আহ্বায়ক হিচাপে লৈ এখনি সমন্বৰক্ষী সমিতি গঠন কৰি সদস্য ভৰ্তিৰ লগতে নিৰ্বাচনী তৎপৰতাৰ বাবে কাম কৰি যাব বুলি কয় ৷ নিৰ্বাচনী মিত্ৰতাৰ সন্দৰ্ভত উত্তৰ দি সভাপতিগৰাকীয় কয় যে, বিধানসভা আৰু লোকসভা নিৰ্বচনৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব যদিও ৯টা পৰিষদীয় নিৰ্বাচনৰ ৩টা স্বায়ত্তশাসিত পৰিষদ ৬টা উপগ্ৰহীয় পৰিষদ আৰু পৌৰসভাৰ নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত জিলা কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ কৰিব কেৱল বিজেপি আৰু ইয়াৰ মিত্ৰদলৰ সৈতে কংগ্ৰেছে মিত্ৰতা নকৰে বুলি স্থিতি স্পষ্ট কৰি দিয়ে৷ ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুন বৰাৰ সমৰ্থনত ভূপেন বৰাই কয় যে ৪৩ গৰাকী বিধায়কে ৰিপুণ বৰাৰ লগত থাকি মনোনয়ন পত্ৰত স্বাক্ষৰ প্ৰদান কৰি মনোনয়ন দাখিল কৰাৰ পিছত কোনো সন্দেহ থাকিব নোৱাৰে ৷ ৰিপুণ বৰাৰ সৈতে ৪৩ গৰাকী বিধায়ক থকাৰ পিছত বিজেপি হতাশগ্ৰস্থতাত ভুগিছে ৷

আনহাতে আজিৰ জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থকাৰ পিছত দলীয় কৰ্ম কৰ্তাৰ ভাষণ শুনি বিজেপিৰ সাতবছৰীয়া অশ্বমেধৰ ঘোঁৰা বান্ধিব পাৰিব বুলি আশা ব্যক্ত কৰে সভাপতিগৰাকীয়ে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু
National-International

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

April 27, 2026
50
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

April 27, 2026
50
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎
National-International

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

April 27, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকচান পূৰণ কৰিবলৈ ২.৫ লাখ কোটিৰ বিশেষ ঋণ আঁচনি মোদী চৰকাৰৰ

April 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

April 27, 2026
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

April 27, 2026
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

April 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx