ASSAM TIMES POST
গুৱাহাটীঃ অসম সাহিত্য সভাৰ ২০২০-২২ বর্ষৰ প্ৰধান সম্পাদক পদৰ বাবে অসম সাহিত্য সভাই আয়োজন কৰা সাংগাঠনিক নির্বাচনৰ মনোনয়ন পত্ৰ আজি যোৰহাট জিলা সাহিত্য সভাৰ প্ৰক্ষেপিত প্ৰার্থী দেৱজিৎ বৰাই প্ৰদান কৰে।
নির্বাচনী সমিতিৰ মুখ্য নির্বাচনী বিষয়া বিপ্লৱ কুমাৰ শর্মাৰ হাতত আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত মনোনয়ন পত্ৰ প্ৰদান কৰে দেৱজিৎ বৰাই।















