ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

নতুন দিল্লীত অসম-মেঘালয় সীমা সমস্যাৰ চুক্তিকলৈ এএছডিচিৰ প্ৰতিক্ৰিয়া

ছাইদুল ইছলামঃ ডিফু

News Desk by News Desk
March 30, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
অসম আৰু মেঘালয়ৰ দুই মুখ্যমন্ত্ৰী দ্বয় ক্ৰম, ডাঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰেড চাংমাৰ মাজত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত অসম-মেঘালয়ৰ বিবাদমান ভূমিকলৈ চুক্তি স্বাক্ষৰিত হোৱা চুক্তিকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰবি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে ৷

RELATED POSTS

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

উল্লেখযোগ্য কালি সম্পাদিত হোৱা চুক্তিৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত থকা ছটাকৈ বিবাদমান এলেকাৰ সীমা বিবাদৰ স্থায়ী সমাধানৰ লগতে বাকী স্থান সমূহৰো সীমা সমস্যাৰ সৃষ্টি সমাধানৰ পথ প্ৰশস্ত হোৱা বুলি আশা কৰাৰ সময়তে আজি বিয়লি ডিফু এছডিচিৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি চৰকাৰৰ সীমা সমস্যা সমাধানৰ বিৰুদ্ধে সৰৱ হৈ পৰে এএছডিচি ৷

এএছডিচি দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে আজি বিয়লি সংবাদ মাধ্যমক উদ্দেশ্যি ব্যক্ত কৰা অনুসৰি ‘দিয়া-লোৱা’ নীতিৰ মাজেৰে দুয়োখন ৰাজ্যৰ মাজত যি সীমা সমস্যা সমাধানৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এএছডিচি দলে এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷

karbiP | ASSAM TIMES POSTইতিমধ্যে সমাধান হোৱা বিবাদমান এলেকাৰ সীমা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত দুয়োখন ৰাজ্য চৰকাৰে ‘দিয়া-লোৱা’ নীতি গ্ৰহণ কৰাৰ লগতে বাকী ছটা স্থানৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো দুয়োখন চৰকাৰে অনুৰুপ পদ্ধতি গ্ৰহণ কৰিব বুলি আশংকা প্ৰকাশ কৰি কাৰবি আংলঙৰ সীমাৰে সংলগ্ন হৈ থকা সীমান্ত এলেকা সমস্যা সমাধানৰ ক্ষেত্ৰত এনে নীতি কেতিয়াও গ্ৰহণ যোগ্য নহয় বুলি দলটোৱে দাবী জনায় ৷

সীমা সমসা সমাধানৰ নামত কাৰবি আংলঙৰ এক ইঞ্চি মাটিও আন ৰাজ্যক এৰি নিদিয়াৰ লগতে আন ৰাজ্যৰ মাটিও কাৰবি আংলঙক নালাগে বুলি সংবাদমেলত দলটোৰ শীৰ্ষ নেতাসকলে স্পষ্ট কৰি দিয়ে ৷

Tags: ASSAM-MEGHALAYA TREATYঅসম-মেঘালয় সীমা সমস্যাৰ চুক্তি
Share4Tweet3Send

Related Posts

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx