ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

গৰমত ডিহাইড্রেচনৰ সমস্যাত ভুগিছে? দৈনিক খাদ্য তালিকাত ৰাখক তৰমুজ

স্বাস্থ্য প্ৰতিবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
April 8, 2022
Reading Time: 1 min read
A A
0
গৰমত ডিহাইড্রেচনৰ সমস্যাত ভুগিছে? দৈনিক খাদ্য তালিকাত ৰাখক তৰমুজ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

তীব্র গৰমৰ কাৰণে ডিহাইড্রেচনৰ সমস্যা বাঢ়ে। এই সময়ত তষ্ণা নিবাৰণৰ বাবে বহুতেই ক’ল্ড ড্রিঙ্কছ, ছফট ড্রিঙ্কছ খায়। যিয়ে সাময়িকভাবে তৃষ্ণা দূৰ কৰিলেও শৰীৰৰ ক্ষতি কৰে। বিশেষজ্ঞসকলৰ পৰামর্শ অনুযায়ী, এই বতৰত তৈলাক্ত, মচলাদাৰ খাদ্যৰ পৰিৱর্তে লঘু খাদ্য খোৱা উচিত।

তাৰ উপৰি দৈনিক খাদ্য তালিকাত বিশেষ কিছু ফল, পাচলি ৰখা উচিত। ইয়াৰে ভিতৰত এবিধ হৈছে তৰমুজ।
গৰমৰ বজাৰত সর্বত্রই তৰমুজ পোৱা যায়। কেৱল যে সুস্বাদু সেয়াই নহয়, তৰমুজ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। নিয়মিত খালে একাধিক জটিল ৰোগৰ সমস্যাও নিয়ন্ত্রণত থাকিব৷

তৰমুজ১. তৰমুজত প্রচুৰ এন্টিঅক্সিডেন্ট আছে। লাইকোপিন, এছকর্বিক এচিড আৰু চাইট্রুলিন এই তিনি ধৰণৰ এন্টিঅক্সিডেণ্ট হার্টৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
২. কেন্সাৰৰ সম্ভাৱনা কমোৱাত সহায় কৰে তৰমুজে।
৩. ইয়াত কেলোৰিৰ পৰিমাণ অত্যন্ত কম। ফলত দৈনিক খালেও ওজন বঢ়াৰ সমস্যা নাথাকে। দীর্ঘক্ষণ পেট ভৰিও থাকিব।
৪. তৰমুজত পটাছিয়াম আৰু কেলছিয়াম আছে। যিয়ে শৰীৰৰ দূষিত পদার্থ উলিয়াই দিয়াত সহায় কৰে। ইয়াৰ ফলত কিডনিৰ স্বাস্থ্য ঠিকে থাকে।
৫. পেশীৰ যন্ত্রণা কমাতো সহায় কৰে। শৰীৰচর্চা কৰাৰ পিছত তৰমুজ খোৱাৰ পৰামর্শ দিয়ে বিশেষজ্ঞসকলে।
৬. এজমা বা হাঁপানিৰ সমস্যা কমাবলৈও তৰমুজ ভীষণ উপকাৰী।
৭. ইয়াত আছে প্রচুৰ পৰিমাণে ভিটামিন এ, ভিটামিন বি ৬, ভিটামিন চি। শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে তৰমুজে।
৮. শৰীৰ দীর্ঘ সময় ধৰি আর্দ্র ৰখাত সহায় কৰে। ডিহাইড্রেচনৰ সমস্যাৰ পৰাও মুক্তি পোৱা যায়।
৯. তৰমুজে হজমশক্তি বৃদ্ধিত সহায় কৰে। গেছ, এচিডিটীৰ সমস্যা দূৰ কৰিবলৈও ই উপকাৰী।
১০. উচ্চ ৰক্তচাপ নিয়ন্ত্রণত ৰাখিবলৈও গৰমত তৰমুজ খোৱাৰ পৰামর্শ দিয়ে বিশেষজ্ঞসকলে।

Tags: dehydrationডিহাইড্রেচন
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx