ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত মটৰ চাইকেলে খুন্দিয়াই নিহত কৰিলে স্কুলীয়া ছাত্ৰীক:

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 8, 2022
Reading Time: 1 min read
A A
0
ডিফুত মটৰ চাইকেলে খুন্দিয়াই নিহত কৰিলে স্কুলীয়া ছাত্ৰীক:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত বৃদ্ধি পাইছে দুচকীয়া চালকৰ দৌৰাত্ম্য৷ শুকুৰবাৰে দুপৰীয়া ডিফু -মাঞ্জা পথৰ পাঁছ মাইলত মটৰ চাইকেলৰ খুন্দাত এটি স্কুলীয়া ছাত্ৰী নিহত হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

স্কুলীয়া ছাত্ৰীকআৰক্ষীৰ সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া ডিফু থানা এলেকাৰ পাঁছ মাইলস্থিত না -ই-মু ইংলিছ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী এগৰাকী স্কুলৰ পৰা পাঁছ মাইলৰ িজা ঘৰলৈ গৈ থকা সময়ত পিছফালে বিৰলা দিশৰ পৰা আহি থকা এএছ ০৯ বি ৮৪৮৫ আপাচী মটৰ চাইকেলৰ চালকে তীব্ৰ বেগে আৰু অসাৱধান বশতঃ ছাত্ৰী গৰাকীক খুন্দিয়াই গুৰুতৰ ভাবে জখম কৰে ৷

দুৰ্ঘটনাপিছত দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল চালক আৰু লগত থকা আৰোহীয়ে আহত অৱস্থাত ছাত্ৰী গৰাকীক ডিফু মেডিকেল কলেজত চিকিৎসাৰ বাবে ভৰ্তি কৰায় যদিও মেডিকেল কলেজত ছাত্ৰ গৰাকীৰ মৃত্যু হয় বুলি জানিবলৈ দিছে ৷

এই সন্দৰ্ভত আৰক্ষীয়ে ডিফু তাৰালাংচৰ মচেছ বংৰুং (১৯) আৰু গোবিন টেৰণ (১৯)ক আটক কৰিছে বুলি জানিব পৰা গৈছে ৷ আনহাতে মৃত ছাত্ৰী গৰাকীৰ চুৰৎহাল কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে মৃত ছাত্ৰী গৰাকী ডিফুৰ পাঁছ মাইলৰ নিজৰ আত্মীৰ ঘৰত থাকি অধ্যয়ন কৰে যদিও ছাত্ৰী গৰাকীৰ প্ৰকৃত ঠিকনা পশ্চিম কাৰবি আংলং জিলাৰ হামৰেণৰ নক টেৰাঙ গাৱত ৷ ইতিমধ্যে মৃত ছাত্ৰী গৰাকীৰ পিতৃ-মাতৃ হামৰেণৰ পৰা ডিফু আহি উপস্থিত হৈছে ৷

Tags: girl deadডিফুত মটৰ চাইকেলে খুন্দিয়াই নিহত
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx