ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে মণ্ডপ আদি নিৰ্মাণৰ বাবে নিবিদা বিতৰণঃ নিবিদা জমা দিয়াৰ অন্তিম সীমা ৩০ অক্টোবৰ

ASSAM TIMES POST by ASSAM TIMES POST
October 10, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

ASSAM TIMES POST

RELATED POSTS

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

বোকাখাতঃ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনখনি বোকাখাত মহকুমাৰ ঐতিহ্যমণ্ডিত কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰত “বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ”ত অহা ৫, ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে আদৰণী সমিতিৰ জৰিয়তে অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ পূৰ্ণগতিত চলি আছে৷ বোকাখাতবাসী ভক্তপ্ৰাণ বাপ-বান্ধৱ, শুভাকাংক্ষী ৰাইজৰ বহু আকাংক্ষিত ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ চাৰিটা মাহ বাকী আছে৷ অধিৱেশনখনি সৰ্বাংগ সুন্দৰকৈ বিভিন্ন মণ্ডপসমূহ সজাই পৰাই তুলিবৰ বাবে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰি আজিৰে পৰা বিতৰণ কৰা হৈছে৷ নিবিদাসমূহৰ বন্দোৱস্তিৰ বাবে ইচ্ছুক স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহে নিবিদাৰ প্ৰ-পত্ৰসমূহ ১০০০ টকাকৈ মাচুল জমা দি আদৰণী সমিতিৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব৷ দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণী সমিতিৰ কাৰ্যালয় খোলা থাকিব৷ ইচ্ছুক স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহে তলত উল্লেখ কৰা ফোন নম্বৰ সমূহত যোগাযোগ নিবিদা পত্ৰসমূহ সংগ্ৰহ পাৰিব৷ সবিশেষ তথ্যৰ বাবে আদৰণী সমিতিৰ সাধাৰণ সম্পাদক চন্দ্ৰ কান্ত ভূঞাৰ ভ্ৰাম্যভাষ – ৮৬৩৮৫৪১০৪৩ আৰু হোৱাটচআপ নম্বৰ ৯৪০১৩৬২২৫১ত লগতে কাৰ্যালয় সম্পাদক দিব্যজ্যোতি হাজৰিকাৰ ভাম্যভাষ – ৭০০২৩২৮৫৩৯ আৰু হোৱাটআপ নম্বৰ ৯৯৫৪৪২৪৪৬৭ত যোগাযোগ কৰিব পাৰিব৷ প্ৰ-পত্ৰসমূহ জমা দিয়াৰ শেষ দিন ৩০ অক্টোবৰ ধাৰ্য কৰা হৈছে৷ উক্ত তাৰিখৰ পাছত নিবিদা বিচাৰি অহা সকলক নিবিদা যোগান ধৰিব পৰা নাযাব বুলি আদৰণী সমিতিৰ সাধাৰণ সম্পাদকে জানিবলৈ দিছে৷ নিবিদা প্ৰ-পত্ৰসমূহ পূৰণ কৰি বন্ধ খামৰ ভিতৰত ভৰাই আদৰণী সমিতিৰ কাৰ্যালয়ত থকা নিবিদা বাকচত জমা দিব লাগিব৷

Tags: Featured
Share4Tweet3Send

Related Posts

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx