ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

৩৩ বছৰ ধৰি ভুৱা পৰিচয়েৰে লুকাই আছিল ধর্ষণৰ শাস্তিপ্ৰাপ্ত আচামী! দিল্লীত গ্রেপ্তাৰ:

News Desk:

ASSAM TIMES POST by ASSAM TIMES POST
April 13, 2022
Reading Time: 1 min read
A A
0
৩৩ বছৰ ধৰি ভুৱা পৰিচয়েৰে লুকাই আছিল ধর্ষণৰ শাস্তিপ্ৰাপ্ত আচামী! দিল্লীত গ্রেপ্তাৰ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

পেৰোলত ৰেহাই পাইছিল ধর্ষণৰ শাস্তিপ্রাপ্ত আচামী। পেৰোলৰ ম্যাদ শেষ হোৱাৰ পিছতো জে’ললৈ উভতি ন’গৈ পলাই ফুৰি আছিল। দিল্লীত ভুৱা পৰিচয়েৰে ৩৩ বছৰ কটোৱাৰ পিছত অৱশেষত মঙ্গলবাৰে আৰক্ষীৰ জালত ধৰা পৰে আচামী ৰঘুনন্দন সিং।

দিল্লীত গ্রেপ্তাৰৰঘুনন্দন উত্তৰ প্রদেশৰ হাথৰসৰ বাসিন্দা। পুৰণি এটি ধর্ষণৰ ঘটনাত জে’ল খাটিছিল ৰঘুনন্দনে। পত্নীক লৈ দিল্লীত ভুৱা পৰিচয়েৰে আছিল। আত্মীয়সকলে ভাবিছিল ৰঘুনন্দনৰ মৃত্যু হোৱা বুলি। কিন্তু মঙ্গলবাৰে হঠাৎ তেওঁৰ আৱির্ভাৱত স্তম্ভিত হৈ পৰে ৰঘুনন্দনৰ আত্মীয়সকল। আনকি বিস্ময় প্রকাশ কৰে গাঁওবাসীয়েও।

হাথৰসৰ আৰক্ষী অধীক্ষক বিনীত জায়ছোৱালে সংবাদ সংস্থা পিটিআইক জনাইছে, ১৯৮৬ চনত হাথৰসত এটি ধর্ষণৰ ঘটনাত অভিযুক্ত হৈছিল ৰঘুনন্দন। ১৯৮৭ত দোষী সাব্যস্ত হয়। স্থানীয় আদালতে ৰঘুনন্দনক যাৱজ্জীৱন কাৰাদণ্ড বিহে।

১৯৮৯ চনত এলাহাবাদ হাইকোর্টত আবেদন জনায়। আদালতে ৰঘুনন্দনৰ পেৰোলত মুক্তিৰ আবেদন মঞ্জুৰ কৰে।
সেই সুযোগককেই কামত লগাই ৰঘুনন্দনে তেওঁৰ ঘৰ-বাৰী, সম্পত্তি সকলো বিক্ৰী কৰি গাঁও এৰি পলাই যায়।

নতুন পৰিচয়েৰে দিল্লীৰ বুৰাৰিত গৈ আশ্রয় লয়। তাত এখন কাপোৰৰ দোকানত ভুৱা পৰিচয়েৰে কাম কৰে। ইফালে পেৰোলৰ ম্যাদ শেষ হৈ যোৱাতো আচামী ৰঘুনন্দন জে’ললৈ ঘূৰি নোযোৱাত হাইকোর্টৰ দ্বাৰস্থ হয় আৰক্ষী। তেতিয়াই হাইকোৰ্টে ৰঘুনন্দনক গ্রেপ্তাৰৰ নির্দেশ দিয়ে।

Tags: শাস্তিপ্ৰাপ্ত আচামী!
Share4Tweet3Send

Related Posts

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

by News Desk
July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

by Staff Reporter
July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

by Staff Reporter
July 20, 2026
50
NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk । আজি ভংগ কৰিব নেকি অনশন, হাস্পতালৰ পৰা সোণম ৱাংচুকৰ তিনিটা চৰ্ত

by Staff Reporter
July 20, 2026
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT