ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

গুৱাহাটী বজাৰত পাঁচলি জুই-চাই দাম; বৃদ্ধি পালে ৫-৩০টকা পয্যন্ত তেলৰ দাম

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 29, 2022
Reading Time: 1 min read
A A
0
গুৱাহাটী বজাৰত পাঁচলি জুই-চাই দাম; বৃদ্ধি পালে ৫-৩০টকা পয্যন্ত তেলৰ দাম

RELATED POSTS

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ইন্ধনজাত সামগ্ৰী ধাৰাবাহিক মূল্যবৃদ্ধি সমান্তৰালভাৱে এইবাৰ বজাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ জনতাক।বিশেষকৈ বিগত এটা পষেকত খাদ্য-নিত্য ব্যৱহাৰ্য সামগ্ৰী মূল্য দৈনিক বৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক।

ৰিফাইনৰ তেলৰ মূল্যতাৰ মাজতে এইবাৰ বৃদ্ধি পাইছে পাম অইল, ৰিফাইনৰ তেলৰ মূল্য।পাইকাৰী বজাৰত প্ৰতি লিটাৰত ৫-১০টকা পৰ্যন্ত বৃদ্ধি বিপৰীতে খুচুৰা বজাৰত ৫-৩০ টকা বৃদ্ধি পাইছে তেলৰ দাম।

ইণ্ডোনেছীয়াই পাম অইল বিদেশলৈ ৰপ্তানি বন্ধ কৰা ফলতে পাম অইল, ৰিফাইনৰ দাম বৃদ্ধি হৈছে।ইণ্ডনেছীয়াই শীঘ্ৰে পাম অইল বিদেশলৈ ৰপ্তানি কৰিব। ৰপ্তানি আৰম্ভ কৰিলেই খোৱা তেল পাম অইল আৰু ৰিফাইনৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি ফাঁচিবজাৰৰ পাইকাৰী ব্যৱসায়ীয়ে জানিবলৈ দিছে।
ইফালে বিকাজি ভুজিয়াৰ পেকেটটো ৫ টকাকৈ বৃদ্ধি পাইছে।

 পাঁচলি জুই-চাই দামআনহাতে শাকপাচলি অভাৱনীয় হাৰত নিতৌ মূল্যবৃদ্ধি হৈ আছে।মহানগৰীৰ প্ৰতিখন বজাৰত শাক পাচলিৰ বজাৰ মূল্যত আকাশ পাতাল পাৰ্থক্য।খুচৰা বজাৰত প্ৰতিকিলো বন্ধা কবি ৬০টকা, স্কোৱাচ ৩০টকা, বিলাহী ৬০টকা, ভাটকেৰেলা ১৫০-১৬০,জিকা ৬০ টকা, গাজৰ ৮০টকা, পটল ৭০-৮০টকা, ভেণ্ডি ৮০টকা, তিয়হ ৫০- ৬০টকা, ৰঙালাও ৪০টকা, লেচেৰা ৮০টকা, বিন ৮০টকা , তিতা কেৰেলা ৮০টকাকৈ মহানগৰী বজাৰত বিক্ৰী হৈছে।

ইপিনে এই পাচলি সমূহৰ ফাচী বজাৰত পাইকাৰী মূল্য প্ৰতিকিলো জিকা ৩৫-৪০টকা, বন্ধাকবি ৩০-৪০ টকা, ভাত কেৰেলা ৭০-৮০টকা, ভেণ্ডি ৪০টকা, গাজৰ ৪০টকা, বিলাহী ৪০ টকা, বিন ৫০টকা, মটৰ ৬০টকা, লেচেৰা ৫০টকা, ৰঙালাও ১৬-১৮টকা, তিয়হ ১৮টকা , স্কোৱাচ ২০টকাপৰ্যন্ত বিক্ৰী হৈছে।উল্লেখ্ যে পাইকাৰী বজাৰতো পাচলি সামান্য মূল্য বৃদ্ধি পাইছে।কিন্তু তাৰ তুলনাত মহানগৰীৰ খুচুৰা বজাৰত অধিক চৰা দামত ক্ৰয় কৰিব লগা হৈছে পাচলি।

বৰ্তমান খাৰুপেটীয়া, বৰপেটা ৰোড পৰা কিছু সংখ্যক পাচলি আহিছে যদিও বেংগলৰ পৰা ভেণ্ডি, পটল, জিকা, লেচেৰা, বন্ধা কবি, বিলাহী আদি আহি আছে। উৎপাদন কমি যোৱাৰ বাবে পাচলিৰ মূল্য বৃদ্ধি হোৱা বুলি ব্যৱসায়ী সকলে মন্তব্য কৰে।আগন্তুক দিনত আৰু অধিক পাচলিৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে ব্যৱসায়ীসকলে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বজাৰমূল্যবৃদ্ধি
Share4Tweet3Send

Related Posts

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

by News Desk
September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

by News Desk
September 14, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
54
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

by News Desk
September 12, 2026
53
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

by News Desk
September 12, 2026
53
ADVERTISEMENT
Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা
DIPHU

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
50
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ
National-International

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026
50
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

Diphu Kola Kendra : ডিফু কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী পখিলা লেকথেপীক সম্বৰ্ধনা

September 14, 2026
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

September 14, 2026
Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

Kargil War : কাৰ্গিল যুদ্ধত যুঁজ দিয়া প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ মূৰত লোহাৰ ৰডেৰে আক্ৰমণ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d