ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা অমিত শ্বাহে শুভ উদ্বোধন কৰিলে নৱনিৰ্মিত লোকপিয়ল সঞ্চালকালয় আৰু অসমৰ কাৰ্যালয় ভৱনঃ

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
May 9, 2022
Reading Time: 1 min read
A A
0
দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা অমিত শ্বাহে শুভ উদ্বোধন কৰিলে নৱনিৰ্মিত লোকপিয়ল সঞ্চালকালয় আৰু অসমৰ কাৰ্যালয় ভৱনঃ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

আজি দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অসমলৈ অহা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ অধীনস্থ অসমৰ লোকপিয়ল সঞ্চালকালয় আমিনগাঁৱত নৱনিৰ্মিত কাৰ্যালয় ভৱনটো অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে  শুভ উদ্বোধন কৰে।

অমিত শ্বাহে শুভ উদ্বোধন কৰিলে নৱনিৰ্মিত লোকপিয়ল সঞ্চালকালয়এই অনুষ্ঠানতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে নতুনকৈ সংশোধন কৰা ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত কাৰ্যালয়ৰ ৱেব চাইটটো উন্মোচন কৰাৰ উপৰিও তেখেতে এখন ভাষা ভূচিত্ৰাৱলী (লেংগুৱেজ এটলাচ) আৰু ইয়াৰ ই-বুকো উন্মোচন কৰে।

এচ এচ বিৰ শোণিতপুৰ জিলাৰ শালনীবাৰী আৰু মংগলদৈত নৱনিৰ্মিত ভৱনটোকো আজি অমিত শ্বাহে ভাৰ্চুৱেলি শুভ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী গৰাকীয়ে এই ভৱন উদ্বোধনৰ জৰিয়তে এক মহৎ কাৰ্য সমাপন হোৱাৰ কথা বাখ্যা কৰে।

নৱনিৰ্মিত লোকপিয়ল সঞ্চালকালয়অসমৰ দৰে জনগাঁথনিৰ এক সংবেদনশীল ৰাজ্যৰ বাবে লোকপিয়ল ভৱন উদ্বোধন এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি কয় তেখেতে দেশৰ বাবে উপযুক্ত পৰিকল্পনা, বিভিন্ন শিতানৰ বাজেট ব্যৱস্থাপনা ইত্যাদিৰ দিশত সঠিক লোকপিয়ল একান্ত জৰুৰী বুলি উল্লেখ কৰি আগন্তুক লোকপিয়ল ই-লোকপিয়ল (ডিজিটেল) হোৱাৰ উপৰি ই একেবাৰে নিৰ্ভুল হব বুলিও তেওঁ কয়। 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোক ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ দিন হিচাবে আখ্যা দিয়ে। অসমৰ প্ৰায় ৩ .৫ কোটি জনসাধাৰণে অনাগত দিনত তথ্য আহৰণৰ বাবে এক সু-শৃংখলিত আন্তঃগাঁথনিৰ প্ৰয়োজন বুলি উল্লেখ কৰে।

Tags: অমিত শ্বাহে শুভ উদ্বোধন কৰিলে নৱনিৰ্মিত লোকপিয়ল সঞ্চালকালয়
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx