ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

চানলিট চলচ্চিত্ৰ মহোৎসৱ- ২০২২ৰ বঁটা ঘোষণা

ষ্টাফ ৰিপ'ৰ্টাৰ:নগাঁও

ASSAM TIMES POST by ASSAM TIMES POST
May 15, 2022
Reading Time: 1 min read
A A
0
চানলিট চলচ্চিত্ৰ মহোৎসৱ- ২০২২ৰ বঁটা ঘোষণা

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

চানলিট ষ্টুডিঅ ফিল্ম ক্লাবে আয়োজন কৰা চানলিট চলচ্চিত্ৰ মহোৎসৱৰ বঁটা সমূহ আজি ঘোষণা কৰা হয় । উল্লেখ্য যে উক্ত মহোৎসৱৰ চলচ্চিত্ৰ প্ৰতিযোগিতা শিতানত মুঠ ৩৬ খন চলচ্চিত্ৰই অংশগ্ৰহণ কৰে।

a0872a7e 13a6 4d53 94c2 06f130d9af0d | ASSAM TIMES POST a0872a7e 13a6 4d53 94c2 06f130d9af0d 1 | ASSAM TIMES POST

চলচ্চিত্ৰ মহোৎসৱখনৰ জুৰী সদস্যসকল হৈছে ক্ৰমে মণিপুৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা মীনা লংজাম, পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা নগালেণ্ডৰ কিভিনি চোহে আৰু চলচ্চিত্ৰ নিৰ্মাতা আৰু এছ আৰ এফ টি আইৰ প্ৰাক্তন ছাত্ৰী ছিকিমৰ ত্ৰিবেণী ৰায়।আনহাতে চলচ্চিত্ৰ মহোৎসৱত সুপ্ৰিয়া প্ৰসাদৰ “দ্যা প’ৰট্ৰেট অব দা ৱিলো অ’মেন” এ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে ।

মহৰ্ষি কাশ্যপৰ “মোৰ ঘোঁৰাৰ দুৰন্ত গতি” নামৰ ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে । “কথাবোৰ” ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে কেশৰজ্যোতি দাসে। মহোৎসৱত “মোৰ ঘোঁৰাৰ দুৰন্ত গতি”ৰ বাবে অভিনেতা অতুল পাচনীয়ে শ্ৰেষ্ঠ অভিনেতা আৰু “মঙহ দহাৰ গোন্ধ”ৰ বাবে অভিনেত্ৰী প্ৰণামী বৰাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

আনহাতে জুৰীৰ বিশেষ বঁটা লাভ কৰে ত্ৰিদিশা গোস্বামীৰ “আশ্বাবাম” আৰু চন্দন কুমাৰৰ “অৰাজনৈতিক” শীৰ্ষক ছবিয়ে। মহোৎসৱৰ অধ্যক্ষ অৰূপ মান্নাই চলচ্চিত্ৰ মহোৎসৱখনৰ সন্দৰ্ভত কয় যে এই উৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক বৃহৎ মঞ্চস্বৰূপ ।

বিশেষকৈ অসমৰ পৰিপ্ৰেক্ষিতত। মহোৎসৱৰ পৰিচালক খঞ্জন কিশোৰ নাথে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকল আৰু অধিক সাফল্যৰ শীৰ্ষলৈ যোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে। মহোৎসৱৰ কলা পৰিচালক সুৰজ দুৱৰাই চানলিট ষ্টুডিঅ’ ফিল্ম ক্লাবে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক উৎসাহ যোগোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু ভৱিষ্যতেও এই ভূমিকা নিশ্চয় অব্যাহত থাকিব বুলি মত প্ৰকাশ কৰে ।

চানলিট ষ্টুডিঅ’ ফিল্ম ক্লাবৰ প্ৰতিষ্ঠাপক বিশিষ্ট তথ্য চিত্ৰ নিৰ্মাতা তথা পৰিচালক পাৰ্থজিৎ বৰুৱাই চলচ্চিত্ৰ মহোৎসৱখন সফল কৰি তোলাৰ বাবে জুৰীৰ সদস্য সকলৰ লগতে আয়োজক মণ্ডলীৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে এই চলচ্চিত্ৰ মহোৎসৱ গুগল মিটৰ জৰিয়তে আয়োজন কৰা হয়।

Tags: চানলিট চলচ্চিত্ৰ মহোৎসৱ- ২০২২ৰ বঁটা ঘোষণা
Share4Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike
National-International

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

July 18, 2026
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx