ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত পৰিষদীয় নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা : বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকৰ ক্ষোভ

ছাইদুল ইছলামঃ ডিফু

News Desk by News Desk
May 20, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাখন আজি আনুষ্ঠানিকভাবে ঘোষণা কৰা হৈছে ৷

ডিফুত পৰিষদীয় নিৰ্বাচনঅসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী স্বাক্ষৰিত প্ৰাৰ্থী তালিকাখন ছ’চিয়েল মেডিয়াল ভাইৰেল হোৱাৰ পিছতেই প্ৰাৰ্থীত্ব বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকসকলে তীব্ৰ ক্ষোভ উজাৰি এনে সিদ্ধান্ত কংগ্ৰেছৰ লবী কেন্দ্ৰিক আৰু পৰিয়ালকেন্দ্ৰিক নীতিৰ সিদ্ধান্ত বুলি কয় ৷

কংগ্ৰেছত নিষ্ঠা সহকাৰে তৃণমূল পৰ্যায়ৰ পৰা কাম কৰি অহা প্ৰাৰ্থীকো পৰ্যৱেক্ষকে পৰ্যৱেক্ষণ কৰি যোৱাৰ পিছতো প্ৰকাশিত তালিকাত বঞ্চিত কৰাটো দুৰ্ভাগ্যজনক বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে প্ৰাৰ্থীত্ব বঞ্চিৰ সমৰ্থকসকলে ৷

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাআজি ঘোষিত ২৬টা পৰিষদীয় সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাখন ক্ৰমে, ১নং দুৱাৰ আমলাত বিজয় টেৰণ, ২নং আমৰিত জেনিচন তেৰণ, ৩নং চিন্থং ৰূপছিং বংৰুং, ৪নং ছচেঙত সিদ্ধান্ত হোৱা নাই, ৫নং ৰংখাঙত ছিং টেৰণ, ৬নং বিথুঙত কাংবুৰা হাঞ্চে, ৭নং কপিলীত কাৰেং ফাংচপী, ৮নং হামৰেণত ৰূপেশ বে’, ৯নং আমৰেঙত এলিচ ইংতিপী, ১০নং হাওৰাঘাটত চন্দ্ৰছিং টেৰণ, ১১নং লাংফেৰত পূৰ্ণিমা ৰংহাঙপী, ১২নং ফুলনিত দৰছিং ছিংনাৰ, ১৩নং লাংহিনত ৰিজেন্দ্ৰ বসুমতাৰী, ১৪নং কৰকাণ্ঠিত চাৰচিং ইংতি, ১৫নং মহামায়াত বিদ্যাছিং ৰংপি, ১৬নং নমাটিত অশোক টেৰণ, ১৭নং ছচেং ধেণ্টাত ৰাজেশ তিমুঙ, ১৮নং লুম্বাজঙত ৰাতুল টেৰণ, ১৯নং ধনশিৰিত সিদ্ধান্ত বাকী, ২০নং সিংহাসনত প্ৰদীপ ছিংনাৰ, ২১নং বৰজানত সুৰেন্দৰ ছিংনাৰ, ২২নং সৰু পথাৰ সিদ্ধান্ত বাকী, ২৩নং বোকাজানত সিদ্ধান্ত বাকী, ২৪নং দেওপানীত জয়চম জেচিং ৰেংমা, ২৫নং নিলীপত ছেমচন ইংতি আৰু ২৬নং পৰিষদীয় সমষ্টিত ৰাজেন ইংতি কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে।

Tags: CONGRESS PARTY LISTকংগ্ৰেছৰ প্ৰাৰ্থী তালিকা
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
US attact Iran : ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত বোমাবৰ্ষণ আমেৰিকাৰ
National-International

US attact Iran : ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত বোমাবৰ্ষণ আমেৰিকাৰ

July 9, 2026
50
Delhi rain : দিল্লীত ধাৰাসাৰ বৰষুণ, পথ জলমগ্ন : ১০ জুলাইলৈকে বৰষুণৰ সম্ভাৱনা
National-International

Delhi rain : দিল্লীত ধাৰাসাৰ বৰষুণ, পথ জলমগ্ন : ১০ জুলাইলৈকে বৰষুণৰ সম্ভাৱনা

July 9, 2026
50
Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ
National-International

Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ

July 9, 2026
50
PM Modi Austrelia visit : মোদীৰ উপস্থিতিত ভাৰত-অষ্ট্ৰেলিয়া পাৰমাণৱিক শক্তি চুক্তি স্বাক্ষৰ
National-International

PM Modi Austrelia visit : মোদীৰ উপস্থিতিত ভাৰত-অষ্ট্ৰেলিয়া পাৰমাণৱিক শক্তি চুক্তি স্বাক্ষৰ

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US attact Iran : ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত বোমাবৰ্ষণ আমেৰিকাৰ

US attact Iran : ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত বোমাবৰ্ষণ আমেৰিকাৰ

July 9, 2026
Delhi rain : দিল্লীত ধাৰাসাৰ বৰষুণ, পথ জলমগ্ন : ১০ জুলাইলৈকে বৰষুণৰ সম্ভাৱনা

Delhi rain : দিল্লীত ধাৰাসাৰ বৰষুণ, পথ জলমগ্ন : ১০ জুলাইলৈকে বৰষুণৰ সম্ভাৱনা

July 9, 2026
Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ

Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx