![]()
ছিপাঝাৰত ভয়ংকৰ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। ট্ৰাকে মহতিয়াই নিলে ৭জনকৈ প্ৰাতঃভ্ৰমণকাৰীক। ফলত প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা ৫গৰাকী লোকৰ থিতাতে মৃত্যু হয়।
আনহাতে আন ২জন লোক গুৰুতৰভাৱে আহত হৈছে ।নিয়ন্ত্রণ হেৰুৱাই ট্রাকখনে মহটিয়াই নিয়ে প্রাতঃভ্রমণলৈ অহা লোকক।আহত ২ জনক ভৰ্তি কৰা হৈছে জি এম চি এইচত।













