ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

জ্যোতিপ্ৰসাদৰ ঐতিহাসিক ‘পকী’ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 26, 2022
Reading Time: 1 min read
A A
0
জ্যোতিপ্ৰসাদৰ ঐতিহাসিক ‘পকী’ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

logo new 2 1 1 4 1 3 6 | ASSAM TIMES POST

RELATED POSTS

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰথমখন নাটক ‘শোণিত কুঁৱৰী’ মঞ্চস্থৰ এশ বছৰ সম্পূৰ্ণ হ’ল। লগতে মহামানৱ মহাত্মা গান্ধীয়ে জ্যোতিপ্ৰসাদৰ বাসগৃহ ‘পকী’ দৰ্শনৰো এশ বছৰ পূৰ্ণ হৈছে।

IMG 20220526 WA0012 | ASSAM TIMES POST

এই শুভ ক্ষণত বৃহস্পতিবাৰে জ্যোতি ভাৰতী দৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জ্যোতি ভাৰতী দৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয়, “এই গৌৰৱময় ক্ষণত আজি মহান শিল্পীগৰাকীৰ স্মৃতিৰে সমৃদ্ধ সংগ্ৰহালয় আৰু পুথিভঁৰাল – তেজপুৰৰ ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতী (পকী) দৰ্শন কৰাৰ এক অনন্য সুখানুভূতি লাভ কৰাৰ সৌভাগ্য হ’ল।‌‌

IMG 20220526 WA0010 | ASSAM TIMES POSTIMG 20220526 WA0008 | ASSAM TIMES POST

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাই অসমীয়া সংস্কৃতিৰ বৰঘৰ নিৰ্মাণ কৰিছিল। এই স্মৃতি সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে আমি সদা দায়বদ্ধ। মই আমাৰ নৱপ্ৰজন্মক জীৱনত এবাৰ হ’লেও ‘পকী’ দৰ্শন কৰিবলৈ আহ্বান জনালোঁ।”

উক্ত পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে সতীৰ্থ মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লৱলোচন দাস, বিধায়কদ্বয় পৃথিৰাজ ৰাভা, কৃষ্ণ কমল তাঁতী, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু স্থানীয় গণ্য-মান্য লোক।

Tags: মুখ্যমন্ত্ৰী
Share4Tweet3Send

Related Posts

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
ADVERTISEMENT
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx