ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পশ্চিম কাৰ্বি আংলঙত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হামৰেণ জিলা শাখাৰ ২০ সংখ্যক শিশু, যুৱ আৰু আইমাতৃ সমাৰোহৰ সফল সামৰণি

ASSAM TIMES POST by ASSAM TIMES POST
October 21, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

পশ্চিম কাৰ্বি আংলংঃ হৰিনামৰ ধ্বনিৰে মুখৰিত পশ্চিম কাৰ্বি আংলং। গুৰুজনাৰ সৃষ্টিৰাজীৰে উখল-মাখল ভক্তপ্ৰাণ ৰাইজ ।
দূৰ্গা পূজা, লক্ষ্মী পূজা আৰু কাতি বিহুৰ পাচত এইবাৰ হৰিনামৰ ধ্বনিৰে মুখৰিত পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং। শিশু, যুৱক তথা আইমাতৃ সকলৰ হৰিনামৰ ধ্বনিৰে পাৰ্বত্য জিলাখনৰ সকলোৰে মনত উপচাই পেলাইছে ভক্তিভাৱ।

অসমৰ ভাষা,ধৰ্ম,সাহিত্য,সংস্কৃতি আৰু অসমীয়া সামাজিক ঐতিহ্যৰ প্ৰান প্ৰতিষ্ঠাপক তথা আধ্যাত্মিক মানৱতাবাদৰ প্ৰৱক্তা,মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নীতি আদৰ্শ আৰু চেতনাৰ আধাৰত প্ৰতিষ্ঠিত উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ শংঘই গুৰুজনাৰ প্ৰচাৰিত কৃষ্টি, সংস্কৃতি আৰু সাহিত্য ৰাজি প্ৰচাৰ তথা প্ৰসাৰৰ হেতু বিভিন্ন সময়ত বিভিন্ন কাৰ্যসুচী হাতত লৈ আহিছে ।

বিশেষকৈ শিশু আৰু যুৱসমাজৰ মাজত গুৰুজনাৰ এই সৃষ্টিৰাজী প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে অনুষ্ঠিত কৰি আহিছে শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ। সংঘৰ হামৰেণ জিলা শাখাৰ ২০ সংখ্যক শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ খনি এইবাৰ টুম্প্ৰেঙৰ ওপৰ তৰাডুবিত বৰ্ণাঢ্য দুদিনীয়া কাৰ্য্যসূচীৰে অনুস্থিত কৰা হয় ।

হামৰেণ জিলা শাখাৰ ব্যৱস্থাপনাত ওপৰ তৰাডুবি মণ্ডল সমিতিৰ আতিৰ্থত টুম্প্ৰেঙৰ ওপৰ তৰাডুবিত যোৱা ১৯ অক্টোবৰৰ পুৱা পৰিবেশ নিকাকৰণ তথা প্ৰাতঃ প্ৰসঙ্গৰে শুভাৰম্ভ কৰা সমাৰোহ খনি বৰ্ণাঢ্য কাৰ্য্যসূচীৰে দেওবাৰে সফল সামৰণি পৰে। সমাৰোহৰ লগত সঙ্গতি ৰাখি শিশু, যুৱক আৰু আইমাতৃ সকলৰ মাজত কবিতা আবৃত্তি, কুইজ, চিত্ৰাঙ্কন আদিৰ লগতে গুৰুজনাৰ সৃষ্টি দিহানাম, থিয় নাম, বিয়ানাম আদিৰো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

দেওবাৰে সামৰণি দিনা পূৱা সহস্ৰাধিক শিশু, যুৱক, বাপ-বান্ধৱ, আইমাতৃ সকলো ভক্তয়ে হৰিনাম গাই গাই এক ভাগৱত ভ্ৰমণ কাৰ্যসুচীও ৰূপায়ণ কৰে। সন্ধ্যা নামাচাৰ্য মাঘেশ্বৰ পাটৰ ও সংগী বৃন্দৰ সন্ধ্যা প্ৰসঙ্গৰে অনুস্থানৰ সফল সামৰণি পৰে।

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।
KARBI ANGLONG

হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।

by Staff Reporter
May 20, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে
National-International

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
50
‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা
DIPHU

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

May 26, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

May 26, 2026
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx