![]()
হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফলৰ দিন ঘোষণা।অহা ৭জুনত ঘোষণা হব পৰীক্ষা ফলাফল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ঘোষণা কৰিলে এই কথা।
উল্লেখ্য ২০২১বর্ষ প্ৰশ্ন কাকতে অনুষ্ঠিত হৈছিল এৰাবৰ মেট্ৰিক পৰীক্ষা।এইবাৰ মেট্ৰিক আৰু হাইমাদ্ৰাছাত মুঠ পৰীক্ষাথী অৱৰ্তীন হৈছিল মুঠ ৪লাখ ৩১হাজাৰ ছাত্ৰ- ছাত্ৰী।তাৰে প্ৰায় ৪লাখ ১৯হাজাৰ মেট্ৰিক, ১২হাজাৰ হাইমাদ্ৰাছাত।এই কথা জনাই ছেৱা কৰ্তৃপক্ষই।
তাপৰ্যপূৰ্ণ কথা ক’ৰনা বাবে ২০২১বর্ষত অনুষ্ঠিত হোৱা নাছিল পৰীক্ষা।বিশেষ মুল্যাংকন পদ্ধতিৰে ঘোষণা কৰিছিল ফলাফল। ইফালে ছেৱা কৰ্তৃপক্ষই ফোনযোগে অৱগত কৰা মতে পুৱাই ঘোষণা হব ফলাফল।শনিবাৰে ফলাফল ঘোষণা সবিশেষ প্ৰকাশ কৰিব ছেৱাই।













