![]()
আজি সন্ধিয়া ডিফুৰ ভেলিভিউ গাঁৱত ৰি-ইউনিয়ন ছ’চাইটিৰ উদ্যোগত ফুটবল আৰু ক্ৰিকেটৰ হালধীয়া আৰু নীলা ৰঙৰ জাৰ্চীৰ শুভ উন্মোচন কৰা হয় ৷
এই উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত ৰি-ইউনিয়ন ছ’চাইটিৰ কাৰ্যকৰী সভাপতি, সম্পাদক ক্ৰমে ছিইএম তেৰাঙ, গৌতম ইংতি আৰু সহকাৰী সম্পাদক ছৰ্জোন হাঞ্চে লগতে সদস্য সকলো উপস্থিত থাকে ৷













