ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

৩০ হাজাৰ কেজি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ কৰি চমক বাংগালোৰৰ:

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
July 16, 2022
Reading Time: 1 min read
A A
0
৩০ হাজাৰ কেজি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ কৰি চমক বাংগালোৰৰ:

RELATED POSTS

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

বাংগালোৰত আৰ এম জেড ইক’ৱৰ্ল্ড আৰু আউটাৰ ৰিং ৰোড সংযোগ কৰিবলৈ বিল্ডাৰসকলে ব্যৱহাৰ কৰে পুনঃব্যৱহৃত প্লাষ্টিক। তেওঁলোকৰ দাবী, মুঠ ৩০ হাজাৰ কেজি পুনঃব্যৱহৃত প্লাষ্টিক ব্যৱহাৰ কৰি সমগ্ৰ পথটো নিৰ্মাণ কৰা হৈছে। এই পথটো কেনেকৈ বনোৱা হয়?

৩০ হাজাৰ কেজি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণফুটপাথৰ পৰা পথ নিৰ্মাণৰ বাবে এক পৰিৱেশ অনুকূল প্ৰকল্পৰ কথা ভাবিছিল প্ৰশাসনে। দুটা সংগঠনৰ উদ্ধৃতি দিয়া হৈছে। পথ নিৰ্মাণৰ এই পৰিৱেশ অনুকূল পদ্ধতিটোক ‘গ্ৰিডমেট’ বুলি কোৱা হয়। কেৱল প্লাষ্টিকৰ আৱৰ্জনাৰে নিৰ্মিত এই পথটোৱে পানীৰ অপচয় হ্ৰাস কৰিছে বুলি নিৰ্মাতাসকলে দাবী কৰে।

সাধাৰণ পকী পথ নিৰ্মাণৰ তুলনাত কমেও ৩০ শতাংশ কম পানীৰ প্ৰয়োজন। ইয়াৰ বাহিৰেও তীখাৰ সামগ্ৰীৰে পথ শক্তিশালীকৰণৰ প্ৰয়োজন নাছিল।

‘প্লাষ্টিক ৰোড’ নিৰ্মাণ কৰা নিৰ্মাণ কোম্পানীটোৰ হৈ সৌৰভ কুমাৰে কয় যে পৰম্পৰাগত পদ্ধতিৰে এই পকী পথ নিৰ্মাণৰ বাবে কমেও ৪৬.৫ টন কাৰ্বন-ডাইঅক্সাইড নিৰ্গত হ’লহেঁতেন। ‘গ্ৰিডমেট’ ব্যৱস্থাৰ দ্বাৰা মাত্ৰ ১১.৯ টন কাৰ্বন-ডাইঅক্সাইড নিৰ্গত হৈছে। তেওঁৰ ভাষাত, “এখন গাড়ীয়ে ১,৩৮,৬০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ যি কাৰ্বন নিৰ্গমন লয়, তাৰ পৰিমাণ আমি হ্ৰাস কৰিছো।”

Tags: ৩০ হাজাৰ কেজি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ
Share4Tweet3Send

Related Posts

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

by Staff Reporter
July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

by Staff Reporter
July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

by News Desk
July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

ADVERTISEMENT
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT