ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

কেৰালাত নিট পৰীক্ষাত বহাৰ পূৰ্বে অন্তৰ্বাস খুলিব লগা হ’ল ছাত্ৰীসকলে !

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
July 19, 2022
Reading Time: 1 min read
A A
0
কেৰালাত নিট পৰীক্ষাত বহাৰ পূৰ্বে অন্তৰ্বাস খুলিব লগা হ’ল ছাত্ৰীসকলে !

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

অন্তৰ্বাসত মেটেল হুক এটা থকাৰ বাবে মেটেল ডিটেক্টৰটোত ‘বিপ’ শব্দ এটা হয়। তাৰ বাবেই দেওবাৰে কেৰালাৰ কোল্লাম জিলাত ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষা (NEET)ত বহাৰ পূৰ্বে ছাত্ৰীক অন্তৰ্বাস খুলিবলৈ বাধ্য কৰাৰ অভিযোগ উত্থাপন হৈছে।

পৰীক্ষাত বহাৰ পূৰ্বে অন্তৰ্বাস খুলিব লগা হ'ল ছাত্ৰীসকলে !এই খবৰ পোহৰলৈ আহিছে এগৰাকী ছাত্ৰীৰ পিতৃয়ে আৰক্ষীৰ ওচৰ চপাৰ পিছত। ৰাজ্যিক মহিলা আয়োগে বিষয়টো চোৱাচিতা কৰি আছে। আনহাতে, কেৰালাৰ উচ্চ শিক্ষা মন্ত্ৰী আৰ বিন্দুৱে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ ফালে আঙুলিয়াই টোঁৱাই সোমবাৰে এটা টুইটত লিখিছে, “এয়া সংস্থাটোৰ ফালৰ পৰা এটা ডাঙৰ ভুল।

চুড়ান্ত দায়িত্বজ্ঞানহীনতা ।” কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ পত্ৰ লিখি বিন্দুৱে ক্ষোভ প্ৰকাশ কৰে। লগতে কেন্দ্ৰটোত পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া সংস্থাটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
আনহাতে, মহিলা নিৰাপত্তাৰক্ষীয়ে আন ছাত্ৰ-ছাত্ৰী আৰু পুৰুষ পৰীক্ষকৰ সন্মুখত ষ্টʼৰ ৰুমত ছোৱালীকেইজনীক জোৰ কৰি অন্তৰ্বাস খুলি দিয়াৰ অভিযোগো উত্থাপন হৈছে।

ইফালে অভিযোগকাৰীয়ে কয় যে আপত্তি কৰাৰ বাবে তেওঁৰ ছোৱালীক কোৱা হৈছিল, “আপোনাৰ বাবে কোনটো ডাঙৰ? অন্তৰ্বাস নে পৰীক্ষা?” অৱশ্যে সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰৰ কৰ্তৃপক্ষই এই অভিযোগ অস্বীকাৰ কৰে। আনহাতে, এগৰাকী ছাত্ৰীৰ দেউতাকে কয়, “মোৰ ছোৱালীয়ে অষ্টম শ্ৰেণীৰ পৰা NEETৰ বাবে প্ৰস্তুতি চলাই আছে।

কিন্তু তাৰ পিছতো তেওঁ পৰীক্ষাটো সঠিকভাৱে দিব নোৱাৰিলে।” মানি বেগ, বেল্ট, টুপী, গহনা, জোতা সন্দৰ্ভত যদিও এন টি এৰ নিৰ্দেশনা আছে, কিন্তু অন্তৰ্বাস বা হুক সম্পৰ্কে কোনো উল্লেখ নাই বুলিও অভিভাৱকসকলে জনায়।

Tags: কেৰালাত নিট পৰীক্ষা
Share4Tweet3Send

Related Posts

Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

by Staff Reporter
July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

by Staff Reporter
July 17, 2026
50
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

by News Desk
July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

ADVERTISEMENT
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

July 17, 2026
50
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT