ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

অৰুণাচলৰ ভাৰত-চীন সীমান্তত সন্ধানহীন অসমৰ ১৯ জন শ্ৰমিক:

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
July 19, 2022
Reading Time: 1 min read
A A
0
অৰুণাচলৰ ভাৰত-চীন সীমান্তত সন্ধানহীন অসমৰ ১৯ জন শ্ৰমিক:

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত ১৯ জন শ্ৰমিক সন্ধানহীন।
চীনৰ মূল ভূখণ্ডৰ পৰা মাত্ৰ ৮০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কুৰং কুমে জিলাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে উক্ত শ্ৰমিকসকল অসমৰ পৰা অৰুণাচল প্ৰদেশলৈ গৈ সীমান্তৰ নিকটৱৰ্তী ডামিন অঞ্চলত পথ নিৰ্মাণ কৰিছিল।

অসমৰ ১৯ জন শ্ৰমিক:নিৰুদ্দেশ হোৱা শ্ৰমিককেইজনে ডামিনৰ মুখ্য কাৰ্যালয়ক চীনৰ সীমান্তৰ দুৰ্গম গাঁওসমূহৰ সৈতে সংযোগ কৰা পথ নিৰ্মাণৰ কাম কৰি আছিল। স্থানীয় ৰাইজৰ মতে, আটাইকেইজন শ্ৰমিকৰ মৃত্যু হৈছে। কিন্তু এই সন্দৰ্ভত স্থানীয় প্ৰশাসনে মুখ খোলা নাই।

স্থানীয় আৰক্ষীয়ে শ্ৰমিককেইজনৰ সন্ধান অব্যাহত ৰাখিছে। জানিব পৰা মতে, শ্ৰমিককেইজনে এজন ঠিকাদাৰৰ অধীনত কাম কৰি আছিল। ৫ জুলাইৰ পৰা শ্ৰমিককেইজনক বিচাৰি পোৱা নাই বুলি অভিযোগ কৰে ঠিকাদাৰে।

ঠিকাদাৰে দাবী কৰে যে ঈদ উপলক্ষে শ্ৰমিকসকলক ঘৰলৈ যাবলৈ দিয়া হোৱা নাছিল। ক্ষোভত শ্ৰমিকসকলে কামটো এৰি থৈ যায়। স্থানীয় আৰক্ষীৰ মতে, বনাঞ্চলৰ মাজেৰে শ্ৰমিককেইজনে পলায়নৰ চেষ্টা চলাইছিল। সেই সময়ত শ্ৰমিকসকলে পথ হেৰুৱাই নিৰুদ্দেশ হয়। স্থানীয় ৰাইজৰ মতে, কুমে নৈত উটি যায় ১৯ জন শ্ৰমিক।

সেই দাবীৰ সত্যতা নিৰূপণৰ বাবে পাহাৰ, বনাঞ্চল, নদীত অনুসন্ধান চলি আছে। ইফালে, নিৰুদ্দেশ হোৱা ৭ জন শ্ৰমিকৰ পৰিয়ালৰ হৈ অসম আৰক্ষীত এজাহাৰো দাখিল কৰা হয়। ৰেজাউল কৰিম নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু কোৱা হৈছে যে কাম দিয়াৰ নামত

শ্ৰমিককেইজনক অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ লৈ যোৱা হয়। মে’ মাহৰ শেষৰ ফালে অৰুণাচল পাৰ হয়৷ কিন্তু ৩০ মে’ৰ পৰা পৰিয়ালৰ লোকে শ্ৰমিকসকলৰ সৈতে যোগাযোগ কৰিব পৰা নাই।

ইফালে, অৰুণাচল পূবৰ বিজেপি সাংসদ তাপিৰ গাৱে কয়,‘এতিয়ালৈকে কুমে নৈৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে সেই ব্যক্তিজন নিৰুদ্দেশ হোৱা শ্ৰমিকসকলৰ ভিতৰৰ এজন হয়নে নহয় সেয়া জানিব পৰা হোৱা নাই।

Tags: সন্ধানহীন অসমৰ ১৯ জন শ্ৰমিক
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

July 17, 2026
50
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx