ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

মাতৃৰ ওচৰত থকা ১১ বছৰীয়া পুত্ৰক আমেৰিকাত থকা পিতৃৰ ওচৰলৈ পঠিয়াবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 30, 2022
Reading Time: 1 min read
A A
0
মাতৃৰ ওচৰত থকা ১১ বছৰীয়া পুত্ৰক আমেৰিকাত থকা পিতৃৰ ওচৰলৈ পঠিয়াবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

RELATED POSTS

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

বিবাহ বিচ্ছেদ হোৱা দম্পতীৰ ১১ বছৰীয়া শিশুটিক আমেৰিকাত থকা পিতৃৰ ওচৰলৈ পঠোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে বেংগালুৰুত থকা মাতৃগৰাকীক কয় যে তেওঁৰ পুত্ৰৰ বাবে এয়াই সৰ্বোত্তম হ’ব। উচ্চতম ন্যায়ালয়ে লগতে কয় যে শিশুটিৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য, ২০০৮ চনত বিয়া হোৱাৰ পিছত তেওঁলোক আমেৰিকালৈ গুচি যায়। তাত তেওঁলোকে গ্ৰীণ কাৰ্ড এখন লয়। সন্তান জন্ম হোৱাৰ কেইবছৰমান পিছতে দম্পতীহালৰ বিবাহ বিচ্ছেদ হোৱাত শিশুটিক লৈ ঘৰলৈ উভতি আহে মাতৃ। কিন্তু পিতৃয়ে শিশুটিক লগত ৰাখিবলৈ দাবী জনাই আদালতত গোচৰ তৰে।

ইয়াৰ পূৰ্বে কৰ্ণাটক উচ্চ ন্যায়ালয়ে শিশুটিক মাতৃৰ ওচৰত ৰাখিব লাগে বুলি ৰায় দিছিল যদিও উচ্চতম ন্যায়ালয়ে বেলেগ মতামত গ্ৰহণ কৰিছে। ন্যায়াধীশ এ এম খানৱিলাৰ আৰু ন্যায়াধীশ চি টি ৰবিকুমাৰৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰি কয় যে শিশুটিৰ স্বাৰ্থত শিশুটিক পিতৃৰ ওচৰত ৰখাটো ভাল। উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে শিশুটিৰ জন্ম আমেৰিকাত হৈছিল।

আমেৰিকান পাছপ’ৰ্ট আদিত কোৱা হৈছে যে তেওঁ আচলতে আমেৰিকাৰ বাসিন্দা। গতিকে মাতৃয়ে সন্তানক জন্মস্থানলৈ ঘূৰাই দিব লাগে। এই গোচৰত উচ্চতম ন্যায়ালয়ে কয় যে শিশুটি পিতৃৰ ওচৰত থকাটোৱেই ভাল। শীৰ্ষ আদালতে লগতে কয় যে ২০১১ চনৰ ৩ ফেব্ৰুৱাৰীত আমেৰিকাত জন্মগ্ৰহণ কৰা শিশুটি ২০২০ চনলৈকে তাতেই আছিল।

গতিকে সকলো দিশ বিবেচনা কৰি তেওঁক পিতৃৰ ওচৰলৈ পঠিয়াবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি আমেৰিকাৰ আদালতে শিশুটিক পিতৃৰ ওচৰত ৰখাৰ সপক্ষে ৰায়ো দিয়ে। আদালতে লগতে কয় যে সেই দেশৰ নাগৰিকৰ এই সমস্যাত আদালতে হস্তক্ষেপ নকৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উচ্চতম ন্যায়ালয়
Share5Tweet3Send

Related Posts

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
50
Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ
National-International

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

by News Desk
October 5, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
50
Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা
National-International

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

by News Desk
October 5, 2026
50
Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে
National-International

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

by News Desk
October 5, 2026
50
ADVERTISEMENT
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d