ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগা শান্তি চুক্তি প্ৰসংগৰ সমান্তৰালকৈ শীঘ্ৰে দুই পাৰ্বত্য জিলাত সংবিধানৰ২৪৪ (ক) ৰূপায়ণৰ দাবী এএছ ডিচিৰ

ASSAM TIMES POST by ASSAM TIMES POST
November 1, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ নগা শান্তি চুক্তি প্ৰসংগৰ সমান্তৰালকৈ দুই পাৰ্বত্য জিলাৰ সংবিধান প্ৰদত্ত দাবী অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণকলৈ সৰব চৰ্চাত লাগিছে অট’নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিয়ে ৷

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ডৰ বিদ্ৰুহী সংগঠন এনএছচি এনৰ মাজত সুদীৰ্ঘ দিন ধৰি অব্যাহত থকা আলোচনা প্ৰক্ৰিয়া অন্ত পেলাই চুক্তি স্বাক্ষৰৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে দুই পাৰ্বত্য জিলা কাৰবি আংলং আৰু ডিমা হাচাওক সাঙুৰি এখন স্বায়ত্ত ৰাজ্য গঠনৰ দাবীত সৰৱ হৈ পৰিছে প্ৰধান বিৰোধী ৰাজনৈতিক দল এএছডিচি ৷

কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাগী সদস্য জৎছন বে’, আৰু এএছডিচিৰ প্ৰচাৰ বিভাগৰ সচিব ডেনিয়ল টেৰণে আজি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি দুই পাৰ্বত্য জিলাত সংবিধান প্ৰদত্ত দাবী ২৪৪ (ক) ৰূপায়ণত চৰকাৰে কৰি অহা অৱহেলাকলৈ সৰৱহৈ পৰা পৰিলক্ষিত হয় ৷

বিশেষকৈ কিছুদিন পূৰ্বে জম্মু কাশ্মীৰৰ পৰা বিশেষ ক্ষমতা ধাৰা ৩৭০ বাতিল কৰি দুখনকৈ কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ লগতে নগা শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে নগা সকলক অধিক ক্ষমতা প্ৰদান কৰা বিষয়ক লৈ নেতা দুগৰাকী সৰব হৈ পৰে ৷১৯১৯ চনৰ”বেকবাৰ্ড ট্ৰেকত ‘ অন্তৰ্ভূক্ত হোৱা কাৰবি আংলং আৰু উত্তৰ কাছাৰ জিলাৰ দৰে নাগা পাহাৰ জিলাও একে মৰ্যদাৰ অন্তৰ্ভূক্ত হোৱাৰ পিছতো নগাপাহাৰ জিলাক অধিক ক্ষমতা প্ৰদান কৰা হ’ল ৷

নগা সকলে আজি আন্তৰ্জাতিক পৰ্যায়তো নিজা সুকীয়া পতাকা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰাৰ বিপৰীতে ১৯৬৯ চনৰ পৰাই সংবিধান প্ৰদত্ত অনুচ্ছেদ ২৪৪ (ক)ৰ অনুসৰি দুই পাৰ্বত্য জিলাক ৰাজনৈতিক ভাবে উত্তৰণ নকৰিলে ৷ জিলাখনৰ এছডিচি, কেএছএ, কেএনচি আদি সংগঠনে পাৰ্বত্য জিলা দুখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ বিধি অনুসৰি শান্তি সম্বৃদ্ধি কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx