ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

এ আৰ ৰহমানৰ নামেৰে নামকৰণ কানাডাৰ এটি পথ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 30, 2022
Reading Time: 1 min read
A A
0
এ আৰ ৰহমানৰ নামেৰে নামকৰণ কানাডাৰ এটি পথ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

ভাৰতৰ অস্কাৰ বিজয়ী সুৰকাৰ এ আৰ ৰহমানে লাভ কৰিছে কানাডা চৰকাৰৰ পৰা এক অনন্য সন্মান।
কানাডাৰ গ্ৰেটাৰ টৰন্টো এৰিয়াৰ মাৰ্খামৰ এটা পথৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে। ইয়াৰ বাবে গ্ৰেমী বঁটা বিজয়ী সংগীতজ্ঞগৰাকীক ধন্যবাদ জ্ঞাপন কৰে মাৰ্খামৰ মেয়ৰ ফ্ৰেংক স্কাৰপেট্টিয়ে।

ছচিয়েল মিডিয়াত এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এ আৰ ৰহমানে লিখিছে, “অকল্পনীয়। মাৰ্খামৰ মেয়ৰ, কাউন্সিলাৰ আৰু সাধাৰণতে কানাডাৰ জনসাধাৰণৰ প্ৰতি মই কৃতজ্ঞ।” সংগীতজ্ঞ তথা সুৰকাৰগৰাকীয়ে লগতে কয়, “এই পদক্ষেপে শিল্পী হিচাপে মোৰ দায়িত্ব বৃদ্ধি কৰিলে। এতিয়া ভাগৰি নাযাবা, অৱসৰ নলʼবা। কেতিয়াবা ভাগৰি পৰিলেও মনত থাকিব যে আৰু বহুত কৰিবলগীয়া আছে, আৰু বহু দুৰ পাৰ হʼব লাগিব।”

কিন্তু এইটোৱে প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বে ২০১৩ চনত অন্টাৰিঅʼ প্ৰদেশৰ এটা পথ তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল। ইয়াৰ নাম ‘আল্লাহ ৰাখা ৰহমান ষ্ট্ৰীট’। ১৯৯০ চনত ‘ৰোজা’ ছবিখনৰ সংগীত পৰিচালক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল এ আৰ ৰহমানে। ইয়াৰ পিছত তেওঁ এটাৰ পিছত এটাকৈ হিট গান উপহাৰ দিছে। এইবাৰ তেওঁৰ সংগ্ৰহত নতুন সংযোজন হৈছে এই পথটোৰ নামকৰণ।

Tags: এ.আৰ.ৰহমান
Share4Tweet3Send

Related Posts

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও
National-International

by News Desk
May 21, 2026
50
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ
National-International

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

by Staff Reporter
May 21, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

by Staff Reporter
May 21, 2026
50
Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

by News Desk
May 20, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

by News Desk
May 20, 2026
50
ADVERTISEMENT
Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা
DIPHU

Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা

May 21, 2026
50
Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও
National-International

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

May 21, 2026
50
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ
National-International

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

May 21, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা

Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা

May 21, 2026
Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

May 21, 2026
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT