ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ৰাহুলৰ ৪১ হাজাৰৰ টি-শ্বার্ট, মোদীৰ ১০ লাখ টকীয়া ছুট! পোছাক বিতৰ্ক তুংগত

নিউজ ডেস্কঃ

News Desk by News Desk
September 9, 2022
Reading Time: 1 min read
A A
0
ৰাহুলৰ ৪১ হাজাৰৰ টি-শ্বার্ট, মোদীৰ ১০ লাখ টকীয়া ছুট! পোছাক বিতৰ্ক তুংগত

RELATED POSTS

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

New Logo Very Smal 1 | ASSAM TIMES POST

কংগ্রেছৰ ‘ভাৰত জোড়ো যাত্রাৰ’ সমালোচনা কৰিবলৈ গৈ এইবাৰ ৰাহুল গান্ধীৰ পোছাকক লৈ সৰৱ বিজেপি। পদ্ম-শিবিৰৰ টুইটাৰত প্রাক্তন কংগ্রেছ সভাপতিৰ উক্ত টি-শ্বার্ট পিন্ধা ছবি পোষ্ট কৰি লিখিছে— ‘ভাৰত দেখো যাত্রা’। দ্রুত প্ৰত্যুত্তৰ আহিছে কংগ্রেছৰ পৰাও। কংগ্ৰেছে মনত পেলাই দিছে মোদীৰ ১০ লাখ টকীয়া ছুট আৰু ডেৰ লাখ টকীয়া ছান গ্লাছৰ কথা।

বিজেপিৰ দাবী, এক বিশ্ববিখ্যাত পোছাক কোম্পানীয়ে কৈছে, ভাৰত জোড়ো যাত্রাত অংশগ্ৰহণ কৰা ৰাহুলৰ বগা টি-শ্বার্টটি বহুমূলীয়া। দেখিবলৈ সাধাৰণ যেন লাগিলেও সেইটোৰ দাম ৪১ হাজাৰ ২১৫ টকা।

MODI 3 | ASSAM TIMES POST

উল্লেখ্য, ৫২ বছৰীয়া ৰাহুল গান্ধীয়ে বুধবাৰে তামিলনাডুৰ শ্রীপেৰম্বুদুৰত পিতৃ ৰাজীৱ গান্ধীৰ স্মৃতিস্থলীত শ্রদ্ধা নিবেদনৰ পিছত কন্যাকুমাৰীৰ পৰা ‘ভাৰত জোড়ো যাত্রা’ আৰম্ভ কৰিছে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰ পর্যন্ত ৩,৭৫০ কিলোমিটাৰ। এই যাত্ৰা চলিব আগন্তুক পাঁচ মাহ ধৰি। আনহাতে, টুইটত ৰাহুলে লিখিছে, ‘ঘৃণা আৰু বিভাজনৰ ৰাজনীতিৰ ওচৰত আমাৰ পিতৃক হেৰুৱাইছিলো। আমাৰ প্রিয় দেশক তাৰ ওচৰত নেহেৰুৱাব।’

ইয়াৰ পিছৰ পৰাই ধাৰাবাহিকভাবে ৰাহুলক আক্ৰমণ কৰি গৈছে বিজেপিয়ে। কেতিয়াবা তেওঁক পাকিস্তানলৈ যোৱাৰ পৰামর্শ দিয়া হৈছে, কেতিয়াবা আকৌ ভাৰত বিভাজনেই ৰাহুলৰ গোপন উদ্দেশ্য বুলি কোৱা হৈছে। এইবাৰ তেওঁৰ পোছাকক লৈও কটাক্ষ কৰিলে নৰেন্দ্র মোদী-অমিত শ্বাহৰ দলটোৱে।

MODI 2 | ASSAM TIMES POST

যাৰ প্ৰত্যুত্তৰত কংগ্রেছৰ টুইটাৰত বিজেপি নেতাসকলক উদ্দেশ্যে লিখা হৈছে, ‘ভাৰত জোড়ো যাত্রাত ভিৰ দেখি ভয় খাইছে? ইছুভিত্তিক কথা কওক। নিবনুৱা আৰু মূল্যবৃদ্ধি প্ৰসংগত কথা কওক। আৰু যদি পোছাকক লৈ কথা ক’ব বিচাৰে, তেনেহ’লে মোদীজিৰ ১০ লাখ টকীয়া ছুট আৰু ডেৰ লাখ টকীয়া চশমা সন্দৰ্ভত আলোচনা কৰিব পৰা যায়। কওক কি কৰিব?’

উল্লেখ্য, ২০১৫ চনত গণতন্ত্র দিৱসত প্রধান অতিথি হিচাবে সস্ত্রীক ভাৰত ভ্ৰমণলৈ আহিছিল আমেৰিকাৰ তৎকালীন ৰাষ্ট্ৰপতি বাৰাক ওবামা। অভিযোগ উঠিছিল, ওবামাৰ সৈতে সাক্ষাতৰ সময়ত নিজৰ নাম লেখা ১০ লাখ টকা মূল্যৰ এটি ছুট পিন্ধিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। তাকে লৈও বিতর্ক হৈছিল সেই সময়ত। পৰৱর্তী সময়ত ছুটযোৰ নিলামত ৪ কোটি ৩১ লক্ষ টকাত ক্ৰয় কৰে চুৰাটৰ হীৰা ব্যৱসায়ী তথা ‘ধর্মনন্দন ডায়মন্ডছ প্রাইভেট লিমিটেড’ৰ অধ্যক্ষ লালজিভাই পেটেলে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: 000Modi's Rs 10 lakh suitRahul's T-shirt of Rs 41মোদীৰ ১০ লাখ টকীয়া ছুটৰাহুলৰ ৪১ হাজাৰৰ টি-শ্বার্ট
Share4Tweet3Send

Related Posts

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

by News Desk
October 3, 2026
55
Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
National-International

Haryana rape case : দুই কিশোৰীক টানি নি পৰিত্যক্ত ঘৰত ধৰ্ষণ, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 3, 2026
51
Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ
National-International

Protest against Gyanesh Kumar : পুনৰ উত্তপ্ত যন্তৰ-মন্তৰ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

by News Desk
October 3, 2026
51
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

by News Desk
October 3, 2026
53
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

by News Desk
October 3, 2026
51
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ
National-International

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

by News Desk
October 3, 2026
51
ADVERTISEMENT
Assam Man Dies by Suicide; Family Alleges Moneylender Harassment
Assam

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
50
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026
50
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০
National-International

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

October 3, 2026
55
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

October 3, 2026
58
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

Assam Man Dies by Suicide; Family Alleges Moneylender Harassment

October 4, 2026
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

October 4, 2026
Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

Medicine factory blast : অন্ধ্ৰপ্ৰদেশৰ ঔষধ কাৰখানাত বিস্ফোৰণত কমেও ৫ জনৰ মৃত্যু, আহত ১০

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d