![]()
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী সফল কৰাৰ বাবে গঠিত ঐক্য মঞ্চত ভাঙোন।এদিন আন্দোলন কৰাৰ পিছতেই ফাট মেলিছে ছয় জনগোষ্ঠীৰ ঐক্য মঞ্চত।আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে জনতাৰ ভৱনত অনুষ্ঠিত বৈঠকত উপস্থিত নাথাকিল ঐক্য মঞ্চৰ একাংশ সংগঠন।
তাপৰ্যপূৰ্ণ কথা ২৬ছেপ্টেম্বৰত জনজাতিকৰণৰ দাবীত আহ্বান জনোৱাৰ অসম বন্ধও উঠাই ললে ঐক্য মঞ্চই।গুৰুত্বপূৰ্ণ বৃহস্পতিবাৰে বিধানসভা ঘেৰাও কাৰ্যসূচীৰ ৰূপায়ণ কৰিছিল ঐক্য মঞ্চই।













