ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম চুক্তি ৬ নং দফা সন্দৰ্ভত এএছ ডিচিৰ স্থিতিঃ কাৰবি-ডিমাছা সকল অসমীয়া নহয়

ASSAM TIMES POST by ASSAM TIMES POST
November 6, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত অসম চৰকাৰে গঠন কৰি দিয়া উচ্চ স্তৰীয় সমিতিৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিছে দুই পাৰ্বত্য জিলাৰ আঞ্চলিক বিৰোধী দল এএছডিচিয়ে ৷

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

দলটোৰ সভাপতি হলিৰাম তেৰাঙে আজি বিয়লি ডিফুত দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি দলৰ স্থিতি স্পষ্ট কৰে ৷ সেই অনুসৰি উচ্চ পৰ্যায়ৰ সমিতি খনত অসমৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয়, ঐতিহ্যৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কথা উল্লেখ কৰা হৈছে যদিও ইয়াত কাৰবি-ডিমাচাকে ধৰি অন্যান্য পাৰ্বত্য জনজাতিক অন্তৰ্ভূক্ত কৰা হোৱা নাই ৷ সেয়েহে অসমীয়াৰ লগতে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰণৰ ক্ষেত্ৰত পাৰ্বত্য জনজাতি সকলৰ সংৰক্ষণৰ কথা পৰামৰ্শ আগবঢ়ায় দলটোৱে ৷ লগতে বিধান সভা নিৰ্বাচনৰ লগতে স্থানীয় নিৰ্বাচন সমূহতো অসমীয়াৰ লগতে পাৰ্বত্য জনজাতিৰ বাবে সুকীয়া আসনৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায় দলটোৱে ৷

আনহাতে কাৰবি- ডিমাছা আৰু অন্যান্য পাহাৰীয়া জনজাতি সকল কোনোদিনেই আহোম শাসনৰ লগত অন্তৰ্গত নথকাৰ লগতে বৃটিছৰ কালতো এই এলেকাটোক বেক বাৰ্ড ট্ৰেক , এক্সক্লুডেড এৰিয়া, পৰচিয়েলি এক্সক্লুডেড এৰিয়া আদি নামেৰে ভাগ কৰা হৈছিল ৷ যিহেতুু পাহাৰীয়া জনজাতি সকল কোনো কালেই অসমৰ অন্তৰ্ভুক্ত এলেকাত নাছিলেই সেয়েহে ইয়াত বসবাস কৰা লোক সকলক কোনো কাৰণতে অসমীয়া বুলি অভিহীত কৰিব নোৱাৰি বুলি আঞ্চলিক দলটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷অ-খিলঞ্জীয়া লোকসকলে লাভ কৰিবলগীয়া ৰাজনৈতিক অধিকাৰ সন্দৰ্ভতো দলটোৱে নিজৰ স্থিতি প্ৰকাশ কৰি কয় যে এনে লোকক কোনো নিৰ্বাচনত প্ৰতিদ্বন্ধিতা কৰা আনকি ভোটদানৰ অধিকাৰৰ পৰা বিৰত থকাৰ দাবী জনায় ৷

খিলঞ্জীয়া সংজ্ঞা সনদৰ্ভত দলটোৰ স্থিতি স্পষ্ট কৰি দলটোৰ সভাপতি তেৰাঙে কয় যে ইয়াত বসবাস কৰি থকা সকলো পাহাৰীয়া জনজাতিয়েই খিলঞ্জীয়া ৷ ইয়াৰ পূৰ্বে প্ৰাগজ্যোতিষপুৰ, কামৰূপ আদি নামেৰে জনাজাত ভূ-খণ্ড যেতিয়াৰে পৰা অসম নামেৰে পৰিচিত হ’ল তেতিয়া ইয়াত বসবাস কৰা সকলো লোকেই অসমীয়া ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx