ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ২ সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ:

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
October 21, 2022
Reading Time: 1 min read
A A
0
অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ২ সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ:

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

অৰুণাচল প্ৰদেশৰ পাহাৰত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন সেনাৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। সেনাৰ সূত্ৰ অনুসৰি, হেলিকপ্টাৰখনত ৫ জন লোক আছিল। তাৰে ভিতৰত উদ্ধাৰ হৈছে দুটা মৃতদেহ। বাকীকেইজনক বিচাৰি উদ্ধাৰকাৰীয়ে অভিযান চলাইছে।

অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাশুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত আপাৰ চিয়াঙৰ পাহাৰীয়া গাঁও মিগিঙৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন। কিন্তু গাঁওখন দুৰ্গম অঞ্চলত। একমাত্ৰ উপায় হʼল এখন ওলমি থকা দলং। আপাৰ চিয়াঙৰ আৰক্ষী অধীক্ষক জুম্মাৰ বাছাৰে কয় যে চপাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইলৈ, গাঁৱৰ পৰা যোৱাটো অধিক প্ৰত্যাহ্বানজনক।

অৱশ্যে ইতিমধ্যে তিনিটা দলে উদ্ধাৰ অভিযান চলাই আছে। উদ্ধাৰ অভিযানৰ বাবে এখন মি-১৭ আৰু দুখন ধ্ৰুৱ হেলিকপ্টাৰ নমাই দিয়া হৈছে। ইয়াৰ উপৰি গাঁওবাসীৰ পৰাও সহায় লোৱা হৈছে শুকুৰবাৰে ১১ বজাত সেনা জোৱানৰ সৈতে এক নিয়মীয়া অনুশীলনত লিকাবালিৰ পৰা উৰা মাৰিছিল উন্নত লঘু হেলিকপ্টাৰখন।

ইয়াৰ পিছত ভাৰত-চীন সীমান্তৰ ওচৰৰ মিগিঙৰ ওচৰত ই ভাঙি পৰে।
উল্লেখ্য, চলিত মাহত ৫ অক্টোবৰত ৰুটিন অনুশীলনৰ সময়ত টাৱাঙত দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেনাৰ চিতা হেলিকপ্টাৰ। সেই দুৰ্ঘটনাত দুজন পাইলটৰ মৃত্যু হৈছিল।

Tags: অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনা
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

July 16, 2026
50
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
National-International

Air India I সম্পূৰ্ণ হোৱাৰ পথত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাৰ তদন্ত, কেতিয়া ওলাব চূড়ান্ত প্ৰতিবেদন?

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

July 16, 2026
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx