ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Air India I সম্পূৰ্ণ হোৱাৰ পথত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাৰ তদন্ত, কেতিয়া ওলাব চূড়ান্ত প্ৰতিবেদন?

Staff Reporter by Staff Reporter
July 16, 2026
Reading Time: 1 min read
A A
0
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

এয়াৰ ইণ্ডিয়াৰ বিমান (Air India) দুৰ্ঘটনাৰ তদন্ত সম্পূৰ্ণ হ’বলৈ আৰু ছয় সপ্তাহ সময় লাগিব পাৰে বুলি উচ্চতম ন্যায়ালয়ৰ আগত এয়াৰক্ৰাফ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৱে জনায়। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত চূড়ান্ত প্ৰতিবেদনৰ খচৰা প্ৰস্তুত কৰিবলৈ আৰু কিছু সময় লাগিব। অক্টোবৰৰ ভিতৰত ই সম্পূৰ্ণ হ’ব বুলি তেওঁলোকে জানিবলৈ দিয়ে। কিন্তু এএআইবিয়ে এইটোও দাবী কৰে যে দুৰ্ঘটনাৰ বাবে পাইলটসকলক দোষাৰোপ কৰি যি বক্তব্য বিয়পি পৰিছে, সেই বক্তব্যই সাক্ষীসকলক প্ৰভাৱিত কৰিছে।
Air India I
সম্পূৰ্ণ হোৱাৰ পথত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাৰ তদন্ত, কেতিয়া ওলাব চূড়ান্ত প্ৰতিবেদন?:

২০২৫ চনৰ ১২ জুনত গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডন গেটৱিকলৈ যোৱাৰ পথত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাণৱেৰ পৰা ওলাই অহাৰ কিছু মুহূৰ্তৰ ভিতৰতে সন্মুখৰ অট্টালিকাটোত খুন্দা মাৰি বিমানখন ভাঙি যায়। তাত ২৬০ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত পাইলটৰ ভূমিকা সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছিল তদন্তকাৰী সংস্থাটোৱে দিয়া প্ৰাৰম্ভিক প্ৰতিবেদনত। ইয়াৰ পৰা ককপিটৰ কথা-বতৰাৰ এটা অংশ প্ৰকাশ পায়। এজন পাইলটে আনজনক সোধে যে ইন্ধনৰ ছুইচটো কিয় বন্ধ কৰা হৈছে। ইয়াৰ পিছত সংবাদ মাধ্যমত কেইবাটাও বাতৰি প্ৰকাশ পাইছিল, য’ত এই দুৰ্ঘটনাৰ বাবে পাইলটসকল দায়ী নেকি বুলি প্ৰশ্ন উত্থাপন হৈছিল। এই অপপ্ৰচাৰৰ বিৰুদ্ধে কেপ্টেইন সুমিত ছাভাৰৱালৰ পিতৃয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

১১ জুলাইত উক্ত গোচৰত এএআইবিয়ে শপতনামা দাখিল কৰে। তদন্তকাৰী সংস্থাটোৰ হৈ সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰমাণ সংগ্ৰহ, কাৰিকৰী পৰীক্ষা আৰু ফৰেনছিক পৰীক্ষাৰ কাম চলি থকা বুলি জানিবলৈ দিয়ে। অনুমান কৰা হৈছে যে ছয় সপ্তাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ হ’ব। চলিত বৰ্ষৰ অক্টোবৰৰ ভিতৰত চূড়ান্ত প্ৰতিবেদনৰ খচৰা সাজু হ’ব। অৱশ্যে পাইলট সন্দৰ্ভত ইতিমধ্যে প্ৰচাৰিত বক্তব্যই সাক্ষীসকলক প্ৰভাৱিত কৰিছে। এই পূৰ্বধাৰণাৰ বাবেই বহু সাক্ষীয়ে আঁতৰি আহিছে। মুকলিকৈ আৰু নিৰপেক্ষভাৱে কথা ক’ব পৰা নাই। সেইটোৱে কিছু সমস্যাৰ সৃষ্টি কৰিছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ব্যৱহৃত উপাদান, ব্যৱহাৰ কৰা যিকোনো বিমান এএআইবিয়ে পৰীক্ষা কৰিব পাৰে।

তেওঁলোকে কয় যে তদন্তৰ এই পৰ্যায়ত ৰেকৰ্ডিং ডিকোডিং, ৰাডাৰ আৰু কথোপকথনৰ তথ্য সংগ্ৰহ, বতৰ বিজ্ঞানৰ তথ্য সংগ্ৰহ, বিমানখনৰ ৰক্ষণাবেক্ষণৰ ৰেকৰ্ড, পাইলট আৰু ক্ৰুৰ প্ৰশিক্ষণৰ সবিশেষ, ইঞ্জিনৰ ফৰেনছিক পৰীক্ষা আৰু গাঁথনিগত বিষয়সমূহ চলি আছে। এই প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই। ফলত তদন্তকাৰীয়ে চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নাই। বিমান (ঘটনা আৰু দুৰ্ঘটনা তদন্ত) আইন, ২০২৫ৰ ১১ নং ধাৰাত তদন্তকাৰী বিষয়া নিযুক্তি দি সঞ্চালক প্ৰধানগৰাকীয়ে বিভিন্ন ধৰণৰ সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰিছে।

ইয়াৰে ভিতৰত বয়িং ৭৮৭ শ্ৰেণীৰ বিমানৰ পাইলট আৰু ক্ৰুও আছে। এই দুৰ্ঘটনাটোৰ সঠিক কাৰণ, সেইদিনা সঠিকভাৱে কি হৈছিল, চূড়ান্ত প্ৰতিবেদন অহাৰ পিছতহে জানিব পৰা যাব বুলি এএআইবিয়ে কয়। এই ক্ষেত্ৰত কোনো প্ৰাৰম্ভিক প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰা নহ’ব। নিয়ম অনুসৰি ককপিটৰ ভইচ ৰেকৰ্ডিং মুকলি কৰিব নোৱাৰিব বুলি তদন্তকাৰী সংস্থাটোৱে আদালতত জনায়।

Tags: Air India I সম্পূৰ্ণ হোৱাৰ পথত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাৰ তদন্তওলাব চূড়ান্ত প্ৰতিবেদন?কেতিয়া
Share4Tweet3Send

Related Posts

Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

by Staff Reporter
July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

by Staff Reporter
July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

by Staff Reporter
July 16, 2026
50
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

by News Desk
July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

by News Desk
July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

by News Desk
July 15, 2026
50
ADVERTISEMENT
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx