ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

Staff Reporter by Staff Reporter
July 16, 2026
Reading Time: 1 min read
A A
0
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

তেলেংগানাৰ এজন চৰকাৰী অভিযন্তাৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ অভিযোগ (Fraud Officer) উত্থাপন হৈছে। ৰাজ্যৰ দুৰ্নীতি বিৰোধী শাখাৰ তথ্য অনুসৰি, তেওঁৰ পৰা ১০০ কোটি টকাৰ সম্পত্তি উদ্ধাৰ হৈছে। অভিযুক্ত অভিযন্তাজনৰ নাম বি ৰবীন্দ্ৰ। তেওঁ হায়দৰাবাদ মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ মুখ্য অভিযন্তা হিচাপে কৰ্মৰত আছিল। তেওঁৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ অভিযোগত গোচৰ ৰুজু কৰা হয়। ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাই অভিযান আৰম্ভ কৰে।

Fraud Officer  I
চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ:

এচিবিৰ সূত্ৰ অনুসৰি, অভিযন্তাজনৰ কেইবাটাও ঠিকনাত অনুসন্ধান চলোৱা হৈছে। কেৱল সেয়াই নহয়, তেওঁৰ আত্মীয়ৰ ঘৰতো তালাচী চলোৱা হয়। তদন্তকাৰীয়ে জনোৱা মতে, এতিয়ালৈকে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিকে ধৰি ১০০ কোটি টকাৰ সম্পত্তি উদ্ধাৰ হৈছে। অৱশ্যে তেওঁলোকৰ মতে এয়া মাথোঁ সামান্য। তদন্তকাৰীয়ে বিশ্বাস কৰে যে সম্পত্তিৰ পৰিমাণ বহু বেছি হ’ব পাৰে।ৰঙাৰেড্ডী জিলাৰ কোণ্ডাকাল, কিস্তাপুল আৰু পাছামাইলাত  পাঁচটুকুৰা ভূমি আছে বুলি এচিবিয়ে জানিবলৈ দিয়ে। নৰসিংহী আৰু নানাক্ৰামগুডাত চাৰিটা বিলাসী ফ্লেট উদ্ধাৰ হৈছে।

তদুপৰি তদন্তকাৰীয়ে ছামছাবাদৰ গুদুৰ গাঁৱত কেইবাঠাইতো কৃষিভূমি, মকিলাৰ এটা বিশাল বাংলো আৰু কোণ্ডাপুৰৰ এটা বাসগৃহ উদ্ধাৰ কৰিছে। তদন্তকাৰী সূত্ৰ অনুসৰি, অভিযন্তাজনৰ এটা ঠিকনাৰ পৰা নগদ ৪ লাখ টকা উদ্ধাৰ কৰা হৈছে। বেংকত আছে ৪৫ লাখ টকা। ইয়াৰ উপৰি আন এটা ঠিকনাৰ পৰা ডেৰ কেজি সোণ, ১৩ কেজি ৰূপ, প্ৰায় ১৮ লাখ টকাৰ আচবাব, ৯.৫ লাখ টকাৰ ইলেক্ট্ৰনিক গেজেট আৰু কেইবাখনো বিলাসী গাড়ী উদ্ধাৰ কৰা হৈছে। যাৰ মুঠ বৰ্তমান বজাৰ মূল্য ১ কোটি টকাতকৈও অধিক। অভিযন্তাজনক গ্ৰেপ্তাৰ কৰা হৈছে

উল্লেখ্য যে যোৱা মাহত এচিবিয়ে তেলেংগানা ৰাজহুৱা কাম বিভাগৰ অভিযন্তা মোহন নায়েক জাৰুপলাৰৰ ১০০ কোটি টকাৰ সম্পত্তিৰ সন্ধান লাভ কৰিছিল। তালাচী অভিযানৰ সময়ত অভিযন্তাজনৰ ঘৰৰ পৰা ১৮ কোটি টকা নগদ ধন উদ্ধাৰ কৰা হয়। ১৫টা ঠিকনাত অনুসন্ধান চলাইছিল এচিবিয়ে।

Tags: কেইবাটাও ফ্লেটচৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তিমাটি আৰু বাংলো উদ্ধাৰ
Share4Tweet3Send

Related Posts

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

by News Desk
August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল
National-International

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

by News Desk
August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

by News Desk
August 12, 2026
50
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
ADVERTISEMENT
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল
National-International

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT