ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

২১ বছৰৰ পাছত মোদীৰ সৈতে পুনৰ মিলিত হোৱা ছাত্ৰ অমিত এতিয়া কাৰ্গিলত সেনাৰ মেজৰ:

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
October 24, 2022
Reading Time: 1 min read
A A
0
২১ বছৰৰ পাছত মোদীৰ সৈতে পুনৰ মিলিত হোৱা ছাত্ৰ অমিত এতিয়া কাৰ্গিলত সেনাৰ মেজৰ:

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

ঠিক ২১ বছৰৰ পাছত দুয়োজনে দুয়োকে পুনৰ মুখামুখীকৈ ​​লগ পালে। গুজৰাটৰ জামনগৰৰ পিছত লাডাখৰ কাৰ্গিললৈ। পুৰণি স্মৃতিৰ সোঁৱৰণী হিচাপে ২০০১ চনত তোলা ফটোখন লৈ সোমবাৰে ভাৰতীয় সেনাৰ মেজৰ অমিত কুমাৰে প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখলৈ আহে।

লাডাখৰ কাৰ্গিল২০০১ চনত জামনগৰৰ বালাচাৰী সৈনিক স্কুলৰ ছাত্ৰ আছিল অমিত। মোদী তেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। তেওঁ বিদ্যালয়খন পৰিদৰ্শন কৰি একাংশ ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতিছিল। সেই তালিকাত অমিতো আছিল। পিছলৈ সেই শিক্ষানুষ্ঠানৰ পৰা স্নাতক হৈ সেনাবাহিনীত যোগদান কৰে।

‘বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ’ ছিয়াচেনত স্থাপিত সেনাৰ সৈতে দীপাৱলী উদযাপনআজি অমিতে সেই দুই দশক পুৰণি স্মৃতিৰ চিহ্ন হিচাপে ‘মুখ্যমন্ত্ৰী মোদীʼৰ সৈতে তোলা ফটোখন দেখুৱায়।২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদীয়ে ‘বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ’ ছিয়াচেনত স্থাপিত সেনাৰ সৈতে দীপাৱলী উদযাপন কৰিছিল। এইবাৰ ১৯৯৯ চনৰ ভাৰত-পাক সীমান্ত সংঘাতৰ স্থান কাৰ্গিলত ভাৰতীয় সেনাৰ বিষয়া-জোৱানৰ সৈতে দীপাৱলী পাৰ কৰিছে।

মোদীসেই সেনা বিষয়াসকলৰ ভিতৰত আছে অমিত।সোমবাৰে কাৰ্গিল ভ্ৰমণ কৰি মোদীয়ে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ প্ৰতিহত কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ ভূমিকাক প্ৰশংসা কৰে। তেওঁ কয়, “কাৰ্গিলত আমাৰ জোৱানে সন্ত্ৰাসবাদ ধ্বংস কৰাত সফল হৈছে।

মই নিজেই তাৰ সাক্ষী। ইয়ালৈ আহোঁতে সেই সকলোবোৰ পুৰণি ছবি দেখুৱাই দিয়া হʼল৷ পুৰণি স্মৃতিবোৰ মনত পৰিছে।” কাৰ্গিলত সেনাবাহিনীৰ শলাগ লৈ মোদীয়ে কয়, “ভাৰত-পাকিস্তানৰ মাজত কোনো যুদ্ধ নাই, যʼত কাৰ্গিলৰ বিজয়ৰ পতাকা উৰুওৱা হোৱা নাছিল। ইয়াত কৰ্তব্যৰত জোৱানসকলৰ ভূমিকা সঁচাকৈয়ে প্ৰশংসনীয়।”

Tags: ২১ বছৰৰ পাছত মোদীৰ সৈতে পুনৰ মিলিত
Share4Tweet3Send

Related Posts

Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

by Staff Reporter
July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

by Staff Reporter
July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

by Staff Reporter
July 16, 2026
50
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
National-International

Air India I সম্পূৰ্ণ হোৱাৰ পথত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাৰ তদন্ত, কেতিয়া ওলাব চূড়ান্ত প্ৰতিবেদন?

by Staff Reporter
July 16, 2026
50
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

by News Desk
July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

by News Desk
July 15, 2026
50
ADVERTISEMENT
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

July 16, 2026
50
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
National-International

Air India I সম্পূৰ্ণ হোৱাৰ পথত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাৰ তদন্ত, কেতিয়া ওলাব চূড়ান্ত প্ৰতিবেদন?

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

July 16, 2026
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx