ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত ফাতেহা-ই-দোৱাজ দহম উদযাপন

ASSAM TIMES POST by ASSAM TIMES POST
November 9, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ ইছলাম ধৰ্মালম্বী লোকসকলৰ বিশ্ব নবী হজৰত মহম্মদ (দঃ) পৱিত্ৰ জন্ম দিনটো ফাতেহা ই দোৱাজ দহম হিচাপে সমগ্ৰ বিশ্বই উদযাপন কৰাৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো ফাতেহা ই দোৱাজ দহমটি বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে৷

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

5887e9fa 6d5d 470f a5f5 7d6bdf98bf5e | ASSAM TIMES POST

কাৰ্যসূচী আৰম্ভণিৰ পূৰ্বে প্ৰতিযোগিতা সমূহৰ বিচাৰক মণ্ডলী আৰু অংশ গ্ৰহণ কৰা বিভিন্ন মোক্তাবৰ ইমাম সকলক উদযাপন সমিতিৰহৈ একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ ডিফু মছজিদ কমিটিৰ ফাতেহা ই দোৱাজ দহম উদযাপন সমিতিৰ হৈ উদযাপন কৰা কাৰ্যসূচীত আজিৰ পুৱাৰ ভাগত ডিফু মছজিদ সমিতিৰ ইমাম আলহাজ মৌলানা গিয়াছ উদ্দিন কাছিমীৰ সামূহিক মাঙ্গলিক দোৱাৰে কাৰ্যসূচী আৰম্ভ হয়৷

আজিৰ কাৰ্যক্ৰমণিকা অনুসৰি বিভিন্ন মোক্তাব আৰু ঘৰুৱা প্ৰশিক্ষিত ছাত্ৰ-ছাত্ৰীৰ মাজত কেৰাণ পাঠ, জানাজা নামাজ, আজান, কোৰাণ পাঠ, মুৰ্দাৰ গোছল, গজল আৰু ইছলামিক কুইজ আকষ্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ প্ৰতিযোগী সকলে নিজৰ অভিৰুচি অনুসৰি দক্ষ আৰু দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰি অভিভাৱক আুৰু বিচাৰক মণ্ডলীক আকৰ্ষিত কৰে৷ ডিফু মছজিদৰ অধীনস্থ মাঞ্জা, বিৰলা, পানবাৰী, শান্তিপট্টী, হৰিলাল বস্তি, ৰংনিহান পথাৰ, ডিফু মোক্তাব আৰু ঘৰুৱা বাবে প্ৰশিক্ষিত প্ৰতিযোগী সকলে কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷

220b6b4d 1f68 4feb 869a f5e1668d9081 | ASSAM TIMES POST

ৰেকিব উদ্দিন আহমেদৰ তদাৰকত চলা বিভিন্ন প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলীৰ আসন সমূহ অলংকৃত কৰে, হাফিজুৰ ৰহমান, আলহাজ গিয়াছ উদ্দিন কাছিমী, আজিজুৰ ৰহমান আৰু তালাহ চৌধুৰীয়ে৷ কাইলৈ দেওবাৰে বিভিন্ন প্ৰতিযোগিতাৰ পিছত বঁটা বিতৰণী অনুষ্ঠানৰ সভাপতিত্ব কৰিব ডিফু মছজিদৰ সাধাৰণ সম্পাদক তথা ফাতেহা ই দোৱাজ দহম উদযাপন সমিতিৰ আহ্বায়ক মজাহাৰুল ইছলামে৷ মুখ্য অতিথি হিচাপে থাকিব ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক শেখ আব্দুল মজিদ, সম্মানীয় অতিথি আলহাজ তাজ উদ্দিন আলী আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মৌলানা মাহমুদ আলী ক্বাছিমী৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx