![]()
গুজৰাটত দেওবাৰে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। মোৰবীৰ মচ্ছু নদীৰ ওপৰত দলং খহি তাৰ ওপৰত থকা শ শ লোক নদীত পৰি যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।
ইতিমধ্যে বহু লোক আহত হোৱা জানিব পৰা গৈছে। ইতিমধ্যে অভিযানকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছে।

© 2020 Assam Times Post. | Powered By Webx