ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন : টি পি হাঞ্চেলৈ সাংবাদিকতাৰ বঁটা

ছাইদুল ইছলামঃ ডিফু

News Desk by News Desk
November 16, 2022
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST
সমগ্ৰ দেশৰ লগতে ডিফুতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস National Press Day দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷ জিলা প্ৰেছ ক্লাৱে Press Club তাৰালাংচ’ৰ পিপুলচ হলত আৰু ডিফু প্ৰেছ ক্লাৱে টাউন হলত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰে ৷

ডিফুত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
National Press Day celebrated in Diphu:

তাৰালাচ’ৰ পিপুলচ হল’ত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱৰ সভাপতি দিগন্ত টেৰণৰ সভাপতিত্বত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিশিষ্ট অতিথি ৰূপে সাংসদ হৰেন ছিং বে, উপায়ুক্ত মধুমিতা ভাগৱতী, আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য সূৰ্য্য ৰংফাৰ আৰু নিদিষ্ট বক্তা হিচাবে জ্যেষ্ঠ সাংবাদিক, লেখক পবিত্ৰ বৰাই অংশগ্ৰহণ কৰে ৷

RELATED POSTS

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

মুখ্য কাৰ্যবাহী ৰংহাঙে জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক শেখৰ ইংতিৰ গ্ৰন্থ দ্যা ইমপ্ৰেক অব মিডিয়া ৰিপট’ উন্মোচন কৰে ৷ সাংসদ বেয়ে সাংবাদিকসকল সমাজৰ ওচৰত দায়বদ্ধ হোৱা উচিত বুলি কৈ কয় যে দলং এখনৰ ভঙাৰ সম্ভাৱনা থকা ফটো এখন লৈ ৰাখি দলং ভঙাৰ পিছত বাতৰি কৰাতকৈ আগতেই বাতৰি কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা উচিত ৷

উপায়ুক্ত ভাগৱতীয়ে ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি কেনেদৰে সংবাদ মাধ্যমে সহায় কৰিব পাৰে তাৰ ব্যাখ্যা কৰে ৷ নিদিষ্ট বক্তাৰ আসনৰ পৰা জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰাই সাংবাদিকৰ দায়বদ্ধতা, নৈতিকতা , মানবতা কেনে হোৱা উচিত তাৰ উদাহৰণ দি এক সাৰগৰ্ভ ভাষণ দিয়ে ৷ জিলা প্ৰেছ ক্লাৱে আজি ডিফুৰ পৰা প্ৰথম দৈনিক কাৰবি বাতৰি কাকত প্ৰকাশ কৰা টি পি হাঞ্চেক সাংবাদিক বঁটা প্ৰদান কৰে ৷

শাৰিৰীকভাবে অসুস্থ হাঞ্চে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ ভাতৃৰ হাতত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আনুষ্ঠানিক ভাবে বঁটাটো প্ৰদান কৰে ৷ পিছত জিলা প্ৰেছ ক্লাৱৰ এটা দল গৈ তেওঁক ঘৰত আনুষ্ঠানিক ভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷

কাৰবি আংলং জিলাৰ বিভিন্ন প্ৰেছ ক্লাৱৰ সভাপতি-সম্পাদক আৰু সাংবাদিক সকলৰ লগতে জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, প্ৰদীপ নাথ, স্বৰূপ লস্কৰ ,দেৱজ্যোতি বৰা প্ৰমুখ্যে সাংবাদিক সকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

ইফালে টাউন হলত ডিফু প্ৰেছ ক্লাৱৰ সভাপতি বৰছিং ৰংফাৰৰ সভাপতিত্বত হোৱা মুকলি সভাতো মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং , সাংসদ হৰেন ছিং বে উপস্থিত থাকে ৷ মুখ্য কাৰ্যবাহী ৰংহাঙে ডিফু প্ৰেছ ক্লাৱৰ স্মৰণিকা উন্মোচন কৰে ৷ জ্যেষ্ঠ সাংবাদিক ৰামেশ্বৰ চৌহান , সুশান্ত ৰয় প্ৰমুখ্যে সাংবাদিক সকল ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত উপস্থিত থাকে ৷

Tags: National Press Day celebrated in Diphuডিফুত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
Share4Tweet3Send

Related Posts

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Taj Mahal controversy I তাজমহলত অৱস্থিত হিন্দু মন্দিৰ ‘তেজো মহালয়া’, এলাহাবাদ উচ্চ ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত
National-International

Taj Mahal controversy I তাজমহলত অৱস্থিত হিন্দু মন্দিৰ ‘তেজো মহালয়া’, এলাহাবাদ উচ্চ ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

July 8, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I অৱশেষত ৰাম মন্দিৰৰ চুৰি প্ৰসঙ্গত মুখ খুলিলে চম্পত ৰায়ে

July 8, 2026
50
বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব
National-International

বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব

July 8, 2026
50
মেছিক ৰক্ষা কৰিবলৈ কাম কৰিছে ফিফাই, আমাৰ সৈতে অন্যায় কৰিছে : ইজিপ্তৰ প্ৰশিক্ষকৰ বিস্ফোৰণ 
National-International

মেছিক ৰক্ষা কৰিবলৈ কাম কৰিছে ফিফাই, আমাৰ সৈতে অন্যায় কৰিছে : ইজিপ্তৰ প্ৰশিক্ষকৰ বিস্ফোৰণ 

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Taj Mahal controversy I তাজমহলত অৱস্থিত হিন্দু মন্দিৰ ‘তেজো মহালয়া’, এলাহাবাদ উচ্চ ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

Taj Mahal controversy I তাজমহলত অৱস্থিত হিন্দু মন্দিৰ ‘তেজো মহালয়া’, এলাহাবাদ উচ্চ ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

July 8, 2026
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I অৱশেষত ৰাম মন্দিৰৰ চুৰি প্ৰসঙ্গত মুখ খুলিলে চম্পত ৰায়ে

July 8, 2026
বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব

বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx