![]()
অসম নাগালেণ্ড Assam-Nagaland সীমান্তৰ খটখটিত অসম আৰক্ষীয়ে ড্ৰাগছৰ Drugs বিৰুদ্ধে লাভ কৰিছে আন এক বৃহৎ সফলতা । প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু খটখটি অচি ৰমেন বৰদলৈ ,থানা স্টাফ আৰু বোকাজান চি ২০ চি আৰ পি এফ ৰ সহযোগত খটখটি কাছাৰী গাঁৱত অভিযান চলাই উদ্ধাৰ কৰে হেৰইণখিনি।













