![]()
আকৌ ক’ৰোণাৰ Corona ঢৌ। চীনত China ক’ভিডৰ বিভীষিকা, প্ৰতিদিনে আক্ৰান্ত হৈছে ১০ লাখতকৈ অধিক লোক। ঔষধৰ বৃহৎ নাটনি হোৱাৰ লগতে শ্মশানত অন্তোষ্ট্ৰিক্ৰিয়াৰ বাবে ঠাই নোহোৱা হৈছে।

চীনৰ শেহতীয়া পৰিস্থিতিক লৈ আশংকা প্ৰকাশ কৰিছে ভাৰত চৰকাৰেও। প্ৰধানমন্ত্ৰীয়ে অধ্যক্ষতা কৰা পৰ্যালোচনা বৈঠকত অনাগত উৎসৱৰ আনন্দ ম্লান পৰিব বুলি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে।











