![]()
অবৈধ মৰণাস্ত্ৰৰ Illegel Arms বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত।এক গোপন খবৰৰ ভিত্তিত খটখটি এখন চাহ বাগিচাৰ হাবিতলিয়া ঠাইত চলিছিল অভিযান।খটখটীৰ কাৰেগাওঁৰ পৰা উদ্ধাৰ দুটা এছবিবিএল বন্দুক আৰু কৰ্টিজ।

খটখটী আৰক্ষী আৰু বোকাজান চি ২০ চি আৰপি এফ দলৰ যৌথ অভিযানত উদ্ধাৰ হয় বন্দুক আৰু কাৰ্টিজ।কাৰেগাওঁৰ হাবিত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে বন্দুক আৰু গুলী।এই সন্দৰ্ভত আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ।













