ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

৪৯ বছৰীয়া বিবাহিত মহিলাক ৩ পৰিচিতৰ দ্বাৰা দলবদ্ধ ধৰ্ষণ! দুজন গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 10, 2023
Reading Time: 1 min read
A A
0
মাতৃৰ মৃত্যুৰ পিছত নাবালিকাক একাধিকবাৰ ধৰ্ষণ! সতীয়া পিতৃৰ বিৰুদ্ধে অভিযোগ

RELATED POSTS

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

এগৰাকী ৪৯ বছৰীয়া মহিলাক (49-year-old woman) দলবদ্ধ ধৰ্ষণৰ অভিযোগ (Gang rape allegations)। তিনি অভিযুক্তৰ ভিতৰত এজন ভুক্তভোগীৰ চিনাকি বুলি দাবী কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, মহিলাগৰাকীৰ ঘৰ মুম্বাইৰ ভিল পাৰ্লেত (Home is in Mumbai’s Vile Parle)। তাৰ পৰাই তেওঁক আহমেদাবাদলৈ লৈ গৈ ধৰ্ষণ কৰে।

দলবদ্ধ ধৰ্ষণ
Gang rape:

দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এজন পলাতক, আৰক্ষীয়ে তেওঁৰ সন্ধান অব্যাহত ৰাখিছে।আৰক্ষীয়ে জনোৱা মতে, ধৃত অভিযুক্ত দুজনৰ নাম হৈছে লালাছাহেব সুখৱন্ত যাদৱ আৰু শশাংক সঞ্জয় চাৱন্ত। আৰক্ষীৰ সূত্ৰ অনুসৰি, মহিলাগৰাকীয়ে স্বামী আৰু সন্তানৰ সৈতে মুম্বাইৰ ভিল পাৰ্লেত থাকে। 

জুহুত তেওঁৰ দুখন পাৰ্লাৰ আছিল। মহামাৰীৰ বাবে লকডাউনৰ সময়ছোৱাত ব্যৱসায়ীসকল ক্ষতিগ্ৰস্ত হৈছে। গতিকে মহিলাগৰাকীয়ে দুয়োখন পাৰ্লাৰ বন্ধ কৰি দিয়ে।অভিযুক্ত লালাছাহেব কান্দিৱলীৰ বাসিন্দা। বিগত ২৫ বছৰ ধৰি ভুক্তভোগীৰ সৈতে বন্ধুত্ব আছিল।

আৰক্ষীৰ মতে, ৬ জানুৱাৰীত লালাছাহেব মহিলাগৰাকীৰ ঘৰলৈ আহিছিল। উদ্দেশ্য আছিল তাচ খেলা। খেলৰ মাজতে মহিলাগৰাকীৰ সৈতে লালাছাহেবে আহমেদাবাদলৈ ৰাওনা হয়। দুই বন্ধুক লগত লৈ যায়। অভিযোগ অনুসৰি, লালাছাহেবে জুৱা খেলিবলৈ তালৈ যাব বুলি ভুক্তভোগীক কৈছিল। আহমেদাবাদৰ এটা ফ্লেটত চাৰিজন লোকে জুৱা খেলিছিল। গভীৰ নিশালৈকে খেলিছিল। লগতে মদ্যপান কৰিছিল।

এজন আৰক্ষী বিষয়াই কয়, “আহমেদাবাদত গোটেই নিশা মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱা হৈছিল। পিছদিনা অৰ্থাৎ ৭ জানুৱাৰীত তেওঁলোক সকলোৱে মুম্বাইলৈ উভতি আহে। ইয়াৰ পিছত দুয়োজনে ভিল পাৰ্লে থানালৈ গৈ লিখিত অভিযোগ দাখিল কৰে।

তেওঁলোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এফআইআৰ দাখিল কৰে। তদন্তৰ অন্তত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। সোমবাৰে স্থানীয় আদালতত হাজিৰ কৰোৱা হয় দুজন লোকক। ন্যায়াধীশে তেওঁলোকক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। তৃতীয় ব্যক্তিৰ সন্ধান চলি আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Gang rapeদলবদ্ধ ধৰ্ষণ
Share4Tweet3Send

Related Posts

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
51
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
51
Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ
National-International

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

by News Desk
October 5, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
51
Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা
National-International

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

by News Desk
October 5, 2026
51
Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে
National-International

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

by News Desk
October 5, 2026
51
ADVERTISEMENT
Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী
Assam

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

October 6, 2026
50
নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল
Assam

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

October 6, 2026
50
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

শিলচৰ পৌৰনিগম ভোট গণনা আৰম্ভ

October 6, 2026
50
Bye poll 2026 : নগাঁও লোকসভাকে ধৰি দেশৰ ৩ ৰাজ্যৰ ৫ বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ
Assam

Bye poll 2026 : নগাঁও লোকসভাকে ধৰি দেশৰ ৩ ৰাজ্যৰ ৫ বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

October 6, 2026
নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

October 6, 2026
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

শিলচৰ পৌৰনিগম ভোট গণনা আৰম্ভ

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d