ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

মুম্বাই-গোৱা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, শিশুকে ধৰি নিহত ৯

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 19, 2023
Reading Time: 1 min read
A A
0
মুম্বাই-গোৱা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, শিশুকে ধৰি নিহত ৯

RELATED POSTS

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

মুম্বাই-গোৱা ৰাষ্ট্ৰীয় ঘাইপথত (Mumbai-Goa National Highway) সংঘটিত পথ দুৰ্ঘটনাত ১ শিশুসহ ৯ জন লোকে প্ৰাণ হেৰুৱায়। নিহতসকলৰ ভিতৰত আছে ৩ গৰাকী মহিলা। সংঘৰ্ষৰ প্ৰভাৱত দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন চেপেটা হৈ পৰে। ফলত থিতাতে মৃত্যু হয় ৯ জন লোকৰ। চিকিৎসালয়লৈ নিয়াৰ কোনো সুযোগে পোৱা নগ’ল।

Road Accident
মুম্বাই-গোৱা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা:

বৃহস্পতিবাৰে পুৱা ৰাষ্ট্ৰীয় ঘাইপথটোত মুম্বাই অভিমুখে গৈ আছিল এখন কাৰ্গো ট্ৰাক। বিপৰীত দিশৰ পৰা ১০ খন আসনৰ গাড়ী এখন আহি আছিল। ৰত্নাগিৰি জিলাৰ গুহাটোৰ ফালে গৈ আছিল গাড়ীখন। সেই সময়ত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ সন্মুখত পৰে। যদিও মুখামুখি সংঘৰ্ষত ট্ৰাকখনৰ কোনো গুৰুতৰ ক্ষতি হোৱা নাই, তথাপিও আনখন গাড়ীখনত থকা আটাইকেইজন লোকৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত ৫ জন পুৰুষ। আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা হৈছে যে মৃত লোকসকল একেটা পৰিয়ালৰ সদস্য।

দুৰ্ঘটনাটোৰ বাবে পথটোৰ যাতায়াত কিছু সময়ৰ বাবে বন্ধ হৈ পৰে। কিন্তু যান-বাহন আৰক্ষীৰ তৎপৰতাৰ ফলত এঘণ্টাৰ পাছত লাহে লাহে যান-বাহন চলাচল স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। আৰক্ষীৰ সূত্ৰ অনুসৰি, দুৰ্ঘটনাটোৰ কাৰণৰ তদন্ত অব্যাহত আছে। যদিও ঘটনাটো পুৱাৰ ভাগত সংঘটিত হয়, তথাপিও অঞ্চলটোত বিশেষ কুঁৱলীৰ সৃষ্টি হোৱা নাছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। চালকজন টোপনি গৈছিল নে মদ্যপান কৰিছিল সেই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত চলাই আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: পথ দুৰ্ঘটনাঃ
Share4Tweet3Send

Related Posts

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
National-International

by News Desk
September 14, 2026
50
Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ
National-International

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

by News Desk
September 14, 2026
50
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

by News Desk
September 14, 2026
50
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা

ADVERTISEMENT
PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
National-International

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

September 14, 2026
50
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

September 14, 2026
50
Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ
National-International

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026
50
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

September 14, 2026
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

September 14, 2026
Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d