![]()
৭৪ সংখ্যক গণৰাজ্য দিৱসত(Republic Day) সাংবাদিক সঞ্জু বৰা আৰু মঞ্জু টেৰণপীক সম্বৰ্ধনা জিলা প্ৰশাসনৰ (journalist felicitation by district administration)৷ সাহিত্য আৰু সংবাদ জগতৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা দুয়ো গৰাকী জ্যেষ্ঠ সাংবাদিকক এই সম্বৰ্ধনা জ্ঞাপন কৰে ৷

৭৪ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ মাজতে সঞ্জু বৰা আৰু মঞ্জু টেৰণপীক কাৰবি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙ আৰু মধুমিতা ভাগৱতীয়ে জ্ঞাপন কৰে সম্বৰ্ধনা৷













